ৰাজদ্বীপ
From Wikipedia, the free encyclopedia
ৰাজদ্বীপ অসমৰ এজন সাংবাদিক। অসমীয়া দৈনিক বাতৰি কাকত অসমীয়া খবৰত কৰ্মৰত ৰাজদ্বীপ সাংবাদিকতাৰ উপৰিও নাটক, চিত্ৰনাট্য ৰচনা আৰু সংগীত ৰচনাৰ লগত জড়িত।
ক্ষিপ্ৰ তথ্য ৰাজদ্বীপ, জন্ম ...
ৰাজদ্বীপ | |
---|---|
জন্ম | ১৯৮৬, ২০ ছেপ্তেম্বৰ নগাঁও |
পেচা | নাট্যকাৰ, গীতিকাৰ, লেখক, সমালোচক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | অৰ্থনীতি স্নাতকোত্তৰ |
উল্লেখনীয় কৰ্মৰাজি | MTV Dewarist Memories, খেল-দি গেম, পখী পখী মন মোৰ, বনৰীয়া, বেকাৰ বাহুবলী, প্ৰতিঘাত |
ৱেবছাইট | http://www.rajdweep.com/ |
বন্ধ কৰক