২৯ ফেব্ৰুৱাৰী
তাৰিখ / From Wikipedia, the free encyclopedia
২৯ ফেব্ৰুৱাৰী (ইংৰাজী: 29 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ অধিবৰ্ষত ৬০তম দিন। বছৰ শেষ হ'বলৈ ৩০৬ দিন বাকী থাকে। ফেব্ৰুৱাৰী মাহ সাধাৰণতে ২৮ দিনীয়া হয় যদিও প্ৰতি ৪ বছৰৰ মূৰে মূৰে এই মাহ ২৯ দিনীয়া হয়। তেতিয়া ইয়াক লিপ ইয়েৰ বা অধিবৰ্ষ বুলি কোৱা হয়।
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ |