২২ মে' (ইংৰাজী: 22 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪২তম (অধিবৰ্ষত ১৪৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২৩টা দিন বাকী থাকে।

১০১১
১২১৩১৪১৫১৬১৭১৮
১৯২০২১২২২৩২৪২৫
২৬২৭২৮২৯৩০৩১  

উল্লেখযোগ্য ঘটনাৱলী

  • ১৭৬২ – ছুইডেন আৰু প্ৰুছিয়াই হামবাৰ্গ চুক্তিত সাক্ষৰ কৰে।
  • ১৮৪৯ – আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে (আব্ৰাহাম লিংকন) “লাইফ ব’ট”ৰ পেটেণ্ট লাভ কৰে। যিকোনো আৱিষ্কাৰৰ পেটংণ্ট লাভ কৰা তেঁৱেই একমাত্ৰ আমেৰিকান ৰাষ্ট্ৰপতি।
  • ১৯০৬ – ৰাইট ভাতৃদ্বয়ে “উৰন্ত সৰঞ্জাৰ (Flying-Machine)”ৰ পেটেণ্ট লাভ কৰে।
  • ১৯৯০ – উত্তৰ আৰু দক্ষিণ উনান সংযুক্ত হৈ নতুন য়ুনান গণতন্ত্ৰৰ প্ৰতিষ্ঠা কৰে।
  • ২০০০ – শ্ৰীলংকাত জাফানা অধিকাৰ কৰা প্ৰায় ১৫০ জনতকৈ অধিক সন্ত্ৰাসবাদী হত্যা কৰা হয়।

জন্ম

  • ১৭৭২ - ৰাজা ৰামমোহন ৰায়, ভাৰতীয় দাৰ্শনিক, সমাজ সংস্কাৰক (মৃত্যু: ১৮৩৩ চন)
  • ১৮৫৯ - আৰ্থৰ ক'নান ডয়েল, স্কটিচ সাহিত্যিক, চাৰ্লক হোমচ চৰিত্ৰটোৰ বাবে বিখ্যাত।
  • ১৯২০ - থমাছ গল্ড, অষ্ট্ৰেলিয়ান-আমেৰিকান বিজ্ঞানী (মৃত্যু ২০০৪ চন)
  • ১৯৪০ - ইৰাপল্লী প্ৰসন্ন, ভাৰতীয় ক্ৰিকেটাৰ।
  • ১৯৬১ - সুমেইৰা আব্দুলআলি, ভাৰতীয় পৰিৱেশবিদ।
  • ১৯৮৭ - নোভাক জʼকোভিচ, ছাৰ্বিয়ান টেনিছ খেলুৱৈ।

মৃত্যু

  • ১৫৪৫ - শ্বেৰ ছাহ ছুৰী, ভাৰতীয় শাসক। (জন্ম: ১৪৮৬ চন)
  • ১৮৮৫ - ভিক্টৰ হুগো, ফৰাচী সাহিত্যিক, ৰাজনীতিবিদ আৰু মানৱ আধিকাৰ কৰ্মী। (জন্মঃ ১৮০২)

দিৱস



Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.