২ মে' (ইংৰাজী: 2 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২২তম (অধিবৰ্ষত ১২৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৩টা দিন বাকী থাকে।

১০১১
১২১৩১৪১৫১৬১৭১৮
১৯২০২১২২২৩২৪২৫
২৬২৭২৮২৯৩০৩১  

ঘটনাৱলী

জন্ম

  • ১৯২০ - বসন্তৰাও দেশপাণ্ডে, ভাৰতীয় গায়ক আৰু চিতাৰ বাদক।
  • ১৯২১ - সত্যজিৎ ৰায়, ভাৰতীয় সাহিত্যিক, সঙ্গীতজ্ঞ, চিত্ৰকৰ আৰু চলচ্চিত্ৰ পৰিচালক।
  • ১৯২৮ - মায়া ৰাও, ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী।
  • ১৯৫৯ - সৌম্যা স্বামীনাথন, ভাৰতীয় শিশুৰোগ বিশেষজ্ঞ।
  • ১৯৬৯ - ব্ৰায়ান লাৰা, ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ।
  • ১৯৭৫ - ডেভিড বেকহাম, ইংৰাজ ফুটবল খেলুৱৈ।

মৃত্যু

  • ১৫১৯ - লিঅ'নাৰ্ড' দা ভিন্সি, বিশ্ব বিখ্যাত চিত্ৰশিল্পী।
  • ১৯২৮ - হেমচন্দ্ৰ গোস্বামী, অসমীয়া সাহিত্যত প্ৰথম ছনেট প্ৰণেতা আৰু অসমীয়া সাহিত্যৰ গুৰি বঠা ধৰা সকলৰ ভিতৰত অন্যতম। ইটালিয়ান গীতিকবি পেট্ৰাৰ্কৰ আৰ্হিত প্ৰথম ছনেট লিখি সুখ্যাতি অৰ্জন কৰা বিশিষ্ট কবি গৰাকীয়ে হ’ল হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্যত এক বিশিষ্ট স্থান লাভ কৰা অভিনৱ সেই ছনেটটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি। তেখেতৰ জন্ম হৈছিল ১৮৭২ চনৰ ৮ জানুৱাৰী তাৰিখে।
  • ১৯৭৫ - পদ্মজা নাইডু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ।
  • ২০০৫ - জেহিৰুল হুছেইন, অসমীয়া সাহিত্যিক।

দিৱস

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.