ৰেৱতী মোহন দত্তচৌধুৰী
ভাৰতীয় লেখক / From Wikipedia, the free encyclopedia
ৰেৱতী মোহন দত্তচৌধুৰী বা শীলভদ্ৰ (ইংৰাজী: Rebati Mohan Dutta Choudhury) অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। আশী আৰু নব্বৈৰ দশকত তেখেতে, তেখেতৰ জন্মস্থানক লৈ কিছুমান গল্প লিখিছিল। তেখেতে ১৯৯৪ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০১ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। তেওঁ শীলভদ্ৰই বহু গল্প-উপন্যাস হিন্দী, বঙালী আদি ভাষালৈ অনূদিত কৰে। ভাৰতীয় জ্ঞানপীঠে 'অনুুসন্ধান' আৰু 'অপৰাজেয়' উপন্যাস হিন্দীলৈ আৰু নেচনেল বুক ট্ৰাষ্টে 'অবিচ্ছিন্ন' আৰু 'গধূলি' উপন্যাস বঙালী আৰু হিন্দীলৈ অনুবাদ হৈছে।[2]
ক্ষিপ্ৰ তথ্য ৰেৱতী মোহন দত্তচৌধুৰী, জন্ম ...
ৰেৱতী মোহন দত্তচৌধুৰী | |
---|---|
জন্ম | ৰেৱতী মোহন দত্তচৌধুৰী ১৮ ছেপ্টেম্বৰ, ১৯২৪ গৌৰীপুৰ,ধুবুৰী, অসম |
মৃত্যু | ২৯ ফেব্ৰুৱাৰী, ২০০৮ |
ছদ্মনাম | শীলভদ্ৰ |
পেচা | সহিত্যিক, শিক্ষাবিদ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
উল্লেখনীয় কৰ্মৰাজি | মধুপুৰ বহুদূৰ আকৌ মধুপুৰ |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা (১৯৯৪)[1] অসম উপত্যকা সাহিত্য বঁটা (২০০১) |
বন্ধ কৰক