চ্যু-তণ-ফা
From Wikipedia, the free encyclopedia
চাওফা চ্যু-তণ-ফা (আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜄𑜨𑜃𑜫 𑜇𑜡, ইংৰাজী: Sutanphaa, শাসনকাল:১৭১৪-১৭৪৪) স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ প্ৰথম পুত্ৰ। ৰুদ্ৰ সিংহৰ মৃত্যুৰ পিছত তেওঁ স্বৰ্গদেউ শিৱ সিংহ নাম লৈ আহোম ৰাজপাটত উঠে।
ক্ষিপ্ৰ তথ্য চাওফা চুতণফা 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜄𑜨𑜃𑜫 𑜇𑜡, ৰাজত্ব ...
চাওফা চুতণফা 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜄𑜨𑜃𑜫 𑜇𑜡 | |
---|---|
ৰাজত্ব | ১৭১৪-১৭৪৪ |
উত্তৰসূৰী | চুণেণফা |
সম্পূৰ্ণ নাম | |
স্বৰ্গদেউ শিৱ সিংহ | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
পিতৃ | চুখ্ৰংফা |
ধৰ্ম | হিন্দু ধৰ্ম |
বন্ধ কৰক
অধিক তথ্য আহোম ৰাজবংশ ...
|
বন্ধ কৰক