![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/6/60/Mong_Mao.svg/langas-640px-Mong_Mao.svg.png&w=640&q=50)
মু'ঙ মাও
From Wikipedia, the free encyclopedia
মু'ঙ মাও (ইংৰাজী: Möng Mao; টাই-নোৱা: ᥛᥫᥒᥰ ᥛᥣᥝᥰ; চীনা: 勐卯;ছান: မိူင်းမၢဝ်း;মান ভাষা: မိုင်းမော; ) এখন জনগোষ্ঠীয় টাই ৰাষ্ট্ৰ আছিল যিয়ে কেইবাখনো সৰু টাই ৰাজ্য বা মুখীয়াল পদ নিয়ন্ত্ৰণ কৰিছিল, যি বৰ্তমানৰ ম্যানমাৰ, চীন, অসম আৰু অৰুণাচল প্ৰদেশৰ ভিতৰত পৰে।মু'ঙ মাওৰ ৰাজধানী আধুনিক সীমান্তৱৰ্তী চহৰ ৰুইলি বা মেং মাওৰ ওচৰত। এই অঞ্চলৰ মূল নদীৰ নাম নাম মাও নদী, যাক শ্বেলি নদী বুলিও কোৱা হয়।
ক্ষিপ্ৰ তথ্য মু'ঙ মাও লু'ঙ 勐卯, ᥛᥫᥒᥰ ᥛᥣᥝᥰ ...
মু'ঙ মাও লু'ঙ 勐卯 |
|
---|---|
— টাই ৰাষ্ট্ৰসমূহৰ ভিতৰত এখন ৰাষ্ট্ৰ — | |
ᥛᥫᥒᥰ ᥛᥣᥝᥰ | |
![]() |
|
Boroughs | আহোম ৰাজ্য |
চৰকাৰ | |
- প্ৰকাৰ | ৰাজতন্ত্ৰ |
- পৰিষদ | টাই জাতি |
- চাওফা | চ্যু-খান-ফা |
বন্ধ কৰক