সদস্য:ManoharDutta/মাতৃদিৱস
From Wikipedia, the free encyclopedia
মাতৃদিৱস মূলত: পৰিয়ালৰ আৰু পৰিয়ালকেন্দ্ৰিক সম্পৰ্কৰ প্ৰেক্ষাপটত মাতৃসকলৰ আৰু মাতৃত্বৰ প্ৰতি শ্ৰদ্ধাজ্ঞাপনৰ বাবে বিংশ শতাব্দীৰ শেষৰপিনে পশ্চিমীয়া সভ্যতাত প্ৰবৰ্তিত এটি বাৰ্ষিক উদযাপন। যুক্তৰাষ্ট্ৰৰ পশ্চিম ভাৰ্জিনিয়া অঙ্গৰাজ্যৰ গ্ৰাফ্টনত সৰ্বপ্ৰথম মাতৃদিৱসক ছুটিৰ দিন হিচাবে প্ৰবৰ্তন কৰা হয়। ইয়াৰ কৃতিত্ব আনা জাৰ্ভিচৰ। এইটো এতিয়া বিশ্বৰ বহু স্থানত মাতৃদিৱস হিচাবে বিভিন্ন দিনত পালিত হয়। পিতৃৰ প্ৰতি শ্ৰদ্ধাজ্ঞাপনৰ বাবে পিতৃদিৱস অনুৰূপ এটি ছুটিৰ দিন।
![]() |
এই পৃষ্ঠাটো শেহতীয়াভাৱে সৃষ্টি কৰা হৈছে। ইয়াৰ লিখকজন ৱিকিপিডিয়াত সন্নিবিষ্ট নিৰ্দেশনাসমূহৰ বিষয়ে অৱগত আৰু সেইবোৰ ভাল ভাব ৰাখিয়েই কৰিছে যদিওবা এই প্ৰবন্ধৰ মানদণ্ড উন্নত কৰিবলৈ অধিক থল আছে। অনুগ্ৰহ কৰি এই প্ৰবন্ধক খৰখেদাকৈ বিলোপনৰ বাবে প্ৰস্তাৱ নিদিব, প্ৰথমে প্ৰবন্ধৰ ইতিহাস পৰীক্ষা কৰক আৰু প্ৰবন্ধৰ সৃষ্টিকৰ্তাৰ সৈতে তেওঁৰ পৰৱৰ্তী পৰিকল্পনাসমূহৰ আভাষ লওক। যদিহে সৃষ্টিকৰ্তাজনে প্ৰবন্ধটো এলাগী কৰি ৰাখে আৰু যোগাযোগৰ কৰিলেও আওকান কৰে, তেন্তে আপুনি প্ৰবন্ধটো বিলোপ কৰাৰ সাঁচ বাৰ্তা নাইবা সদস্যকৃত হিচাপে সৃষ্টিকৰ্তাৰ সদস্য পৃষ্ঠাত (যেনে সদস্য:সৃষ্টিকৰ্তাৰ নাম/এই প্ৰবন্ধৰ শিৰোনাম) লৈ স্থানান্তৰ কৰিবৰ বাবে সাঁচ বাৰ্তা সংযোগ কৰিব পাৰে। এই পৃষ্ঠাটো শেহতীয়াকৈ সম্পাদনা কৰিছিল Bishnu Saikia (আলোচনা| বৰঙনি) 12 বছৰ আগত. (শেহতীয়া ভাষ্য) |
মাতৃদিৱস | |
---|---|
![]() ঘৰতে বনোৱা এটি কেক ভিন্ন উপায়েৰে এটি পৰিয়ালে একে লগে মাতৃদিৱস উদযাপন কৰিব পাৰে | |
পালন কৰে | ভিন্ন দেশ |
প্ৰকাৰ | ঐতিহাসিক |
তাৰিখ | অঞ্চল বা দেশ ভেদে ভিন-ভিন |
সম্পৰ্কিত | পিতৃ দিৱস, শিশু দিৱস |
ছুটিৰ দিনটো ক্ৰমে ইমান বেছি বাণিজ্যিক হৈ পৰে যে ইয়াৰ স্ৰষ্টা আনা জাৰ্ভিচে ইয়াক এটি "হলমাৰ্ক হ’লিডে" (Hallmark Holiday) অৰ্থাত্ যি দিনটোৰ বাণিজ্যিক প্ৰয়োজনীয়তা অভিভূত কৰিব পৰা ধৰণৰ, সেই পৰ্যায়ৰ এটি দিন হিচাবে বিবেচনা কৰে। তেখেতে শেষত নিজে প্ৰবৰ্তন কৰা ছুটি্ৰ দিনটোৰ নিজেই বিৰোধিতা কৰিবলৈ আৰম্ভ কৰে|