মেইতেই ভাষা বা মীতৈ ভাষা বা মণিপুৰী ভাষা উত্তৰ-পূব ভাৰতমণিপুৰ ৰাজ্যৰ প্ৰধানতম তথা চৰকাৰী ভাষা। এই ভাষাটো অসমৰ চৰকাৰী ভাষাও।[5][6][7] মণিপুৰৰ বাহিৰেও অসম, ত্ৰিপুৰা, বাংলাদেশ আৰু ম্যানমাৰত এই ভাষাটো প্ৰচলিত। মণিপুৰৰ বিশ্ববিদ্যালয়ৰ স্নাতক স্তৰলৈকে ভাষাটো শিক্ষাৰ মাধ্যম হিচাবে ব্যৱহৃত হয়। ভাৰতৰ সংবিধানত ভাষাটোক "মণিপুৰী ভাষা" হিচাপে গণ্য কৰা হৈছে। এই ভাষাক মেইতেই লোন, মেইতেই লোল, পাংগাল-লোল নামেৰেও জনা যায়।

ক্ষিপ্ৰ তথ্য মেইতেই, অঞ্চল ...
মেইতেই
ꯃꯤꯇꯩ ꯂꯣꯟ
অঞ্চল উত্তৰ-পূৱ ভাৰত, বাংলাদেশ, ম্যানমাৰ
স্থানীয় ভাষিক
৩৩ লাখ
ভাষা পৰিয়াল
চীনা-তিব্বতী
  • তিব্বতী-বৰ্মী
    • মেইতেই
লিখন প্ৰণালী অসমীয়া–বঙালী লিপি, মৈতৈ ময়েক[1]
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
 ভাৰত (মণিপুৰ, অসম)[2][3][4]
ভাষা সংকেত
ISO 639-2 mni
ISO 639-3 mni
বন্ধ কৰক

লগতে পঢ়ক

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.