From Wikipedia, the free encyclopedia
শিশু দিৱস (ইংৰাজী: Children's Day) হৈছে শিশুসকলৰ বাবে প্ৰতি বছৰে ভিন্ন দেশত ভিন্ন তাৰিখত পালন কৰা এটা বিশেষ দিৱস। ১৯২৫ চনত শিশু কল্যাণ সম্পৰ্কীয় বিশ্ব সন্মিলনৰ সময়ত জেনেভাত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় শিশু দিৱস ঘোষণা কৰা হৈছিল। ১৯৫০ চনৰ পৰা প্ৰায়বোৰ কমিউনিষ্ট আৰু উত্তৰ-কমিউনিষ্ট দেশতে ১ জুনত ইয়াক উদযাপন কৰা হয়। ১৯৫৯ চনৰ ২০ নৱেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে শিশুৰ অধিকাৰ ঘোষণাৰ স্মৃতিত ২০ নৱেম্বৰত বিশ্ব শিশু দিৱস পালন কৰে। কিছুমান দেশত শিশু দিৱসৰ সলনি শিশু সপ্তাহ পালন কৰা হয়। শিখসকলে ২০ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ গুৰু গোবিন্দ সিংহৰ পুত্ৰৰ স্মৃতিত শিশু সপ্তাহ পালন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত জুন মাহৰ দ্বিতীয় দেওবাৰে শিশু দিৱস পালন কৰা হয়। ভাৰতত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে ১৪ নৱেম্বৰত শিশু দিৱস পালন কৰা হয়।
গ্ৰেগৰিয়ান বৰ্ষপঞ্জী | ||
---|---|---|
তাৰিখ | দেশ | |
জানুৱাৰী মাহৰ প্ৰথম শুক্ৰবাৰ |
বাহামাছ[1] | |
১১ জানুৱাৰী |
তুনিছিয়া[2] | |
জানুৱাৰী মাহৰ দ্বিতীয় শনিবাৰ |
থাইলেণ্ড[3] | |
ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় দেওবাৰ |
কুক দ্বীপসমূহ | |
১৩ ফেব্ৰুৱাৰী |
ম্যানমাৰ[4] | |
মাৰ্চমাহৰ প্ৰথম দেওবাৰ |
নিউজিলেণ্ড | |
১৭ মাৰ্চ |
বাংলাদেশ | |
২১ মাৰ্চ | লিবিয়া[5] | |
৪ এপ্ৰিল |
| |
৫ এপ্ৰিল |
পেলেষ্টেনিয়ান অঞ্চলসমূহ | |
১২ এপ্ৰিল |
| |
এপ্ৰিল মাহৰ অন্তিম শনিবাৰ[6] |
কলম্বিয়া | |
২৩ এপ্ৰিল |
তুৰস্ক | |
৩০ এপ্ৰিল |
মেক্সিকো | |
৫ মে’ |
| |
মে’ মাহৰ দ্বিতীয় দেওবাৰ |
| |
১০ মে’ |
মালদ্বীপ | |
১৭ মে’ |
নৰৱে | |
২৭ মে’ |
নাইজেৰিয়া | |
মে’ মাহৰ অন্তিম দেওবাৰ |
হাংগেৰী | |
আৰোহণ দিৱস |
আমেৰিকান চমোৱা | |
১ জুন |
| |
জুন মাহৰ দ্বিতীয় দেওবাৰ |
আমেৰিকা যুক্তৰাষ্ট্ৰ | |
২৫ জুন |
ছিৰিয়া | |
১ জুলাই |
পাকিস্তান | |
জুলাই মাহৰ তৃতীয় দেওবাৰ |
| |
২৩ জুলাই |
ইণ্ডোনেছিয়া | |
২৪ জুলাই |
ভানুৱাটু | |
আগষ্ট মাহৰ প্ৰথম দেওবাৰ |
উৰুগুৱে | |
১৬ আগষ্ট |
পাৰাগুৱে | |
আগষ্ট মাহৰ তৃতীয় দেওবাৰ |
| |
৯ ছেপ্টেম্বৰ |
কষ্টা ৰিকা | |
১০ ছেপ্টেম্বৰ |
হন্দুৰাছ | |
২০ ছেপ্টেম্বৰ |
অষ্ট্ৰিয়া জাৰ্মানী ছুইজাৰলেণ্ড | |
২৫ ছেপ্টেম্বৰ | নেডাৰলেণ্ডচ (Oosterhout) | |
১ অক্টোবৰ |
| |
অক্টোবৰ মাহৰ প্ৰথম দেওবাৰ |
ছিংগাপুৰ | |
অক্টোবৰ মাহৰ প্ৰথম বুধবাৰ (Children's Day recognition and assignation) |
চিলি | |
৮ অক্টোবৰ | ইৰান | |
১২ অক্টোবৰ |
ব্ৰাজিল | |
অক্টোবৰ মাহৰ চতুৰ্থ শনিবাৰ |
মালয়েছিয়া | |
অক্টোবৰ মাহৰ চতুৰ্থ শনিবাৰ শিশু সপ্তাহ হিচাপে পালন কৰা হয় |
অষ্ট্ৰেলিয়া[8] | |
নৱেম্বৰ মাহৰ প্ৰথম শনিবাৰ |
দক্ষিণ আফ্ৰিকা | |
১১ নৱেম্বৰ |
ক্ৰয়েছিয়া | |
১৪ নৱেম্বৰ |
ভাৰত | |
২০ নৱেম্বৰ | ||
৫ ডিচেম্বৰ |
ছুৰিনাম | |
২৩ ডিচেম্বৰ |
| |
২৫ ডিচেম্বৰ |
| |
হিন্দু বৰ্ষপঞ্জী | ||
তাৰিখ | সমসাময়িক গ্ৰেগৰিয়ান তাৰিখ | দেশ |
২৯ ভাদ্ৰ |
নেপাল | |
ভিয়েটনামী বৰ্ষপঞ্জী | ||
তাৰিখ | সমসাময়িক গ্ৰেগৰিয়ান তাৰিখ | দেশ |
অষ্টম মাহৰ ১৫তম দিৱস | ২৯ ছেপ্টেম্বৰ ২০২৩ ১৭ ছেপ্টেম্বৰ ২০২৪ ৬ অক্টোবৰ ২০২৫ |
ভিয়েটনাম |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.