পিকাচু
From Wikipedia, the free encyclopedia
পিকাচু (জাপানী: ピカチュウ) এটি কাল্পনিক পকেমনৰ প্ৰজাতি। পকেমন বিভিন্ন কিতাপ, এনিমেশ্যন ছবি, দূৰদৰ্শন, ভিডিঅ' খেল, বিণিজ্য পাত খেল আদিত প্ৰকাশিত কাল্পনিক প্ৰাণী যাৰ মালিকী স্বত্ব জাপানৰ পকেমন কোম্পানীৰ হাতত। কেন চুগিম'ৰিয়ে সাজি উলিওৱা পিকাচু প্ৰথম ১৯৯৬ত প্ৰকৃত গেম বয়ৰ খেল পকেমন ৰেড এণ্ড ব্লুত ওলাইছিল। অন্য পকেমনৰ দৰে পিকাচুকো মানুহে ধৰে আৰু খেলৰ বাবে যুদ্ধ কৰাই। পিকাচু আতাইতকৈ জনপ্ৰিয় পকেমন, কাৰণ পকেমন এনিমত পিকাচু এক মুখ্য চৰিত্ৰ। ই জাপানী সংস্কৃতিৰ এক প্ৰতীক স্বৰূপ হ'ল, বিগত বৰ্ষত।
ক্ষিপ্ৰ তথ্য পিকাচু, প্ৰথম গেম ...
পিকাচু | |
---|---|
পকেমন শৃংখলা-ৰ চৰিত্ৰ | |
![]() নেচনেল পকিডেক্স আৰ্বক – পিকাচু (#025) – ৰাইচু | |
প্ৰথম গেম | পকেমন ৰেড এণ্ড ব্লু (১৯৯৬) |
ডিজাইনাৰ | কেন চুগিম'ৰি |
বন্ধ কৰক