উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়
From Wikipedia, the free encyclopedia
উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় (ইংৰাজী: North Lakhimpur University) পূৰ্বৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত) উত্তৰ লখিমপুৰৰ খেলমাটিত অৱস্থিত এখন বিশ্ববিদ্যালয়। পূৰ্বৰ মহাবিদ্যালয়খনি ১৯৫২ চনত স্থাপিত হৈছিল যি পাছলৈ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় বিল ২০২৩ অনুসৰি বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হয়।[1] ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উচ্চশিক্ষা প্ৰদানত এই বিশ্ববিদ্যালয়ৰ যথেষ্ঠ বৰঙণি আছে।
ক্ষিপ্ৰ তথ্য উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, মূলমন্ত্ৰ ...
উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় | |
---|---|
পূৰ্বৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত) | |
উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতীক | |
মূলমন্ত্ৰ | आऩो भद्रा: क्रतवो यन्तु बिश्वत: |
স্থাপিত | ১৯৫২ (মহাবিদ্যালয়) ২০২৩ (বিশ্ববিদ্যালয়) |
অধ্যক্ষ | ড॰ বিমান চন্দ্ৰ চেতিয়া |
স্থান | উত্তৰ লখিমপুৰ, অসম, ভাৰত |
উপনাম | এন এল |
ৱেবছাইট | http://www.nlc.ac.in/ |
বন্ধ কৰক