দ্য অ'ল্ড মেন এণ্ড দ্য ছী
From Wikipedia, the free encyclopedia
দি অ'ল্ড মেন এণ্ড দা ছী (ইংৰাজী: The Old Man and the Sea) ১৯৫২ চনত প্ৰকাশিত আমেৰিকান সাহিত্যিক আৰ্ণেষ্ট হেমিঙৱেই লিখা এখন উপন্যাস।[3] তেওঁ ১৯৫১ চনত কিউবাত উপন্যাসখন ৰচনা কৰিছিল। এইটোৱেই তেওঁৰ নিজৰ জীৱনকালত প্ৰকাশিত শেষ উল্লেখযোগ্য কাল্পনিক সাহিত্যকৰ্ম। তেওঁৰ বিখ্যাত সাহিত্যকৰ্মসমূহৰ অন্যতম এই উপন্যাসখন এজন বৃদ্ধ মাছমৰীয়া লোকৰ ওপৰত কেন্দ্ৰিত য'ত তেওঁ উপসাগৰৰ মাজত এক বৃহদাকায় মাৰ্লিন মাছ এটা লৈ সংগ্ৰাম কৰে।[4] ১৯৫৩ চনত উপন্যাসখনে কল্পকাহিনীৰ পুলিৎজাৰ বঁটা লাভ কৰে আৰু ন'বেল সমিতিয়ে হেমিঙৱেক ১৯৫৪ চনৰ সাহিত্যৰ ন'বেল বঁটাৰ বাবে বাছনি কৰে।
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
দি অ'ল্ড মেন এণ্ড দা ছী The Old Man and the Sea | |
---|---|
![]() | |
লেখক | আৰ্ণেষ্ট হেমিঙৱে |
প্ৰচ্ছদ শিল্পী | "a"[1] |
দেশ | ইউনাইটেড ষ্টেটছ |
ভাষা | ইংৰাজী |
প্ৰকাৰ | উপন্যাস[2] |
প্ৰকাশক | চাৰ্লছ স্ক্ৰীবনাৰছ চনছ |
প্ৰকাশ | ১৯৫২ |
মিডিয়া প্ৰকাৰ | ছপা (পকাবন্ধা আৰু কেঁচাবন্ধা) |
পৃষ্ঠা সংখ্যা | ১২৭ |