![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/a/ab/1940s_Vintage_Hindu_Print_Dushyant_%2526_Shakuntala.jpg/640px-1940s_Vintage_Hindu_Print_Dushyant_%2526_Shakuntala.jpg&w=640&q=50)
দুষ্যন্ত
From Wikipedia, the free encyclopedia
দুষ্যন্ত (ইংৰাজী: Dushyanta, সংস্কৃত: दुष्यन्त ) শাস্ত্ৰীয় ভাৰতীয় সাহিত্য আৰু ভাৰতীয় ইতিহাসৰ (খ্ৰীষ্টপূৰ্ব ৫০০০ বছৰ পূৰ্বে) এগৰাকী ৰজা। তেওঁ শকুন্তলাৰ স্বামী আৰু সম্ৰাট ভৰতৰ পিতৃ আছিল। তেওঁক মহাভাৰত আৰু কালিদাসৰ নাটক অভিজ্ঞানম শকুন্তলমত পোৱা যায়। সংস্কৃতত তেওঁৰ নামৰ অৰ্থ “দৈত্য ধ্বংসকাৰী।”[উদ্ধৃতিৰ প্ৰয়োজন]