![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/f1/Bhangra_at_Vasakhi.jpg/640px-Bhangra_at_Vasakhi.jpg&w=640&q=50)
ঢোল
অসমৰ বাদ্য যন্ত্ৰ। / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো ভাৰতীয় বাদ্যযন্ত্ৰৰ বিষয়ে। অসমৰ বিহু ঢোলৰ বাবে অসমৰ ঢোল চাওক।
ঢোল (হিন্দী উচ্চাৰণ: [ɖʰoːl]) সমগ্ৰ ভাৰতীয় উপমহাদেশতে আঞ্চলিক তাৰতম্যৰ সৈতে বহুলভাৱে ব্যৱহৃত এক প্ৰকাৰৰ বাদ্যযন্ত্ৰ। ভাৰত উপমহাদেশ বিভিন্ন অঞ্চলত ঢোলৰ ব্যৱহাৰ কৰা হয় বিশেষকৈ উত্তৰ অঞ্চলৰ জম্মু, হিমাচল প্ৰদেশ, পঞ্জাব, হাৰিয়ানা, দিল্লী, কাশ্মীৰ, সিন্ধ, অসম উপত্যকা, উত্তৰাখণ্ড, পশ্চিম বংগ, ওড়িশা, গুজৰাট, মহাৰাষ্ট্ৰ, কংকন, গোৱা, কৰ্ণাটক, ৰাজস্থান, বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশ আদি। ঢোলৰ সৈতে জড়িত অন্য এটা বাদ্য হ’ল ঢোলক বা ঢোলকী। ভাৰতীয় বিবাহ অনুষ্ঠানৰ শোভাযাত্ৰা তথা অন্য বিভিন্ন অনুষ্ঠানত ঢোল বজোৱা হয়।
ক্ষিপ্ৰ তথ্য শ্ৰেণী, আনুষঙ্গিক বাদ্য ...
![]() | |
শ্ৰেণী | তালাশ্ৰয়ী বাদ্য |
---|---|
আনুষঙ্গিক বাদ্য | |
ঢোলক | |
অধিক প্ৰবন্ধ | |
গৰবা, বিহু নৃত্য |
বন্ধ কৰক
![]() |
|
এটা ঢোল | |
|
|
এই ফাইলটো শুনাত অসুবিধা পাইছে? মিডিয়া সাহাৰ্য চাওক |
ঢোল বজোৱা ব্যক্তিজনক ঢুলীয়া (হিন্দী: ढोलि) বুলি জনা যায়।