ডেনড্ৰ'বিয়াম ফিমব্ৰিয়েটাম
অৰ্কিডৰ প্ৰজাতি / From Wikipedia, the free encyclopedia
{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Dendrobium|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}
ডেনড্ৰ'বিয়াম ফিমব্ৰিয়েটাম পাটমাদৈ | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Dendrobium |
প্ৰজাতি: | D. fimbriatum |
দ্বৈৰাশিক নামকৰণ | |
Dendrobium fimbriatum Hook. (1823) | |
সমাৰ্থক[1] | |
|
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ডেণ্ড্ৰ'বিয়াম ফিমব্ৰিয়েটাম (ইংৰাজী: Dendrobium fimbriatum) বা পাটমাদৈ কপৌ এবিধ হালধীয়া ৰঙৰ ফুল ফুলা অৰ্কিডৰ প্ৰজাতি। ইয়াক সখীয়তী ফুল নামেৰেও জনা যায়। চীনত এই অৰ্কিডবিধ সাধাৰণতে লিউ শ্বু শ্বি হু নামেৰে জনাজাত।[2] ই চীন আৰু হিমালয় অঞ্চলৰ থলুৱা অৰ্কিড চীনৰ গুৱাংচি, গুইঝৌ, ইউনানত পোৱা যায়। ভাৰতৰ উত্তৰ আৰু পূব অঞ্চল, নেপাল, ভূটান আৰু বাংলাদেশত ইয়াক থলুৱাভাৱে পোৱা যায়। পাটমাদৈ কপৌ অসম আৰু অৰুণাচল প্ৰদেশ আৰু ইণ্ডোচাইনা অৰ্থাৎ ম্যানমাৰ, থাইলেণ্ড, লাওছ, ভিয়েটনাম, মালয়েছিয়া জুৰি বিস্তৃত হৈ আছে।[1][2][3][4][5][6][7] ঘন অৰণ্যৰ গছৰ ডালত বা পাহাৰীয়া উপত্যকাৰ ভিজা শিলৰ ওপৰত অৰ্কিডবিধ গজা দেখা যায়।[2]