![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/7f/Dibrugarh_railway_station.jpg/640px-Dibrugarh_railway_station.jpg&w=640&q=50)
ডিব্ৰুগড় ৰেল ষ্টেচন
From Wikipedia, the free encyclopedia
ডিব্ৰুগড় ৰেল ষ্টেচন (ইংৰাজী: Dibrugarh Railway Station) অসমৰ ডিব্ৰুগড় জিলাৰ বাণীপুৰত অৱস্থিত। ই লামডিং-ডিব্ৰুগড় শাখাৰ এক গুৰুত্বপূৰ্ণ ষ্টেচন। ডিব্ৰুগড় টাউন ৰেল ষ্টেচন (DBRT)ৰ পিছতেই ডিব্ৰুগড় ৰেল ষ্টেচন (DBRG) ঐতিহাসিক নগৰৰ দ্বিতীয় ৰেল ষ্টেচন।
ক্ষিপ্ৰ তথ্য ডিব্ৰুগড় ৰেল ষ্টেচনভাৰতীয় ৰেলৰ জংচন ষ্টেচন, ষ্টেচনৰ তথ্য ...
ডিব্ৰুগড় ৰেল ষ্টেচন ভাৰতীয় ৰেলৰ জংচন ষ্টেচন | |
---|---|
![]() ডিব্ৰুগড় ৰেল ষ্টেচনৰ এক দৃশ্য | |
ষ্টেচনৰ তথ্য | |
ঠিকনা | বাণীপুৰ, ডিব্ৰুগড়, অসম ভাৰত |
স্থানাংক | 27.4645°N 94.9369°E / 27.4645; 94.9369 |
উচ্চতা | ১০৮ মিটাৰ (354 ফুট) |
লাইন | লামডিং-ডিব্ৰুগড় খণ্ড শিমলুগুৰি-ধামালগাঁও-ডিব্ৰুগড় খণ্ড ডিব্ৰুগড়-ধামালগাঁও-শ্ৰীপানী খণ্ড |
গঠনৰ প্ৰকাৰ | সাধাৰণ মাটিত |
প্লে'টফৰ্ম | ৪ |
ট্ৰেক | ১৮ |
পাৰ্কিং | আছে |
চাইকেলৰ সুবিধা | নাই |
Baggage check | আছে |
আন তথ্য | |
মুকলি | ২০০৯ |
ষ্টেচন ক'ড | DBRG |
মণ্ডল | উত্তৰ-পূব সীমান্ত ৰেলৱে |
ডিভিজন | তিনিচুকীয়া |
অধিকাৰিত্ব | ভাৰতীয় ৰেল |
অ'পাৰেটৰ | উত্তৰ-পূব সীমান্ত ৰেলৱে |
ষ্টেচন স্থিতি | কাৰ্য্যক্ষম |
অৱস্থান | |
বন্ধ কৰক