![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/98/Wikimania_2016_-_Press_conference_with_Jimmy_Wales_and_Katherine_Maher_01_%2528cropped%2529.jpg/640px-Wikimania_2016_-_Press_conference_with_Jimmy_Wales_and_Katherine_Maher_01_%2528cropped%2529.jpg&w=640&q=50)
জিম্মী ৱেল্ছ
ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক / From Wikipedia, the free encyclopedia
জিম্মী ডনেল ৱেল্ছ ওৰফে জিম্ব' ৱেল্ছ (ইংৰাজী: Jimmy Wales)-ৰ জন্ম ১৯৬৬ চনৰ আগষ্ট মাহৰ ৭ তাৰিখে হৈছিল।[3][4] জিম্মী এগৰাকী আমেৰিকান ইণ্টাৰনেট শিল্পদ্যোগী (entrepreneur), কিন্তু তেওঁ বিশেষকৈ অনলাইন মুক্ত তথ্যকোষ ৱিকিপিডিয়া আৰু ৱিকি কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক আৰু পৃষ্ঠপোষক হিচাপে বিশ্বব্যাপি বিখ্যাত হৈ পৰিছে।[5][6]
ক্ষিপ্ৰ তথ্য জিম্মী ৱেলছ, জন্ম ...
জিম্মী ৱেলছ | |
---|---|
![]() ২০১৬ চনৰ ৱিকিমেনিয়া সন্মিলনত জিম্মী ৱেলছ | |
জন্ম | জিম্মী ডনেল ৱেলছ ৭ আগষ্ট, ১৯৬৬ (৫৭ বছৰ) হাণ্টছভিল, আলাবামা, আমেৰিকা যুক্তৰাষ্ট্ৰ |
বাসগৃহ | চেইণ্ট পিটাৰচবাৰ্গ, ফ্লৰিডা, আমেৰিকা যুক্তৰাষ্ট্ৰ[1] |
অন্য নাম | জিম্ব' |
শিক্ষানুষ্ঠান | অ’বাৰ্ণ বিশ্ববিদ্যালয় ইউনিভাৰচিটি অৱ আলবামা ইণ্ডিয়ানা ইউনিভাৰচিটি ব্লুমিংটন |
পেচা | ইণ্টাৰনেট শিল্পদ্যোগী |
পদবী | সভাপতি, ৱিকিয়া আই এন চি (২০০৪–বৰ্তমানলৈ) ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ চেয়াৰমেন (জুন ২০০৩ – অক্টোবৰ ২০০৬) চেয়াৰমেন এমেৰিটাচ, ৱিকিমিডিয়া ফাউণ্ডেশ্যন (অক্টোবৰ ২০০৬ৰ পৰা–বৰ্তমানলৈ) |
উত্তৰসূৰী | ফ্ল’ৰেন্স দেভৱাৰ্ড |
বোৰ্ডৰ সদস্য | ৱিকিমিডিয়া ফাউণ্ডেশ্যন ক্ৰিয়েটিভ কমনছ ছচিয়েলটেক্সট চানলাইট ফাউণ্ডেশ্যন (উপদেষ্টা মণ্ডলী) এম আই টি চেণ্টাৰ ফৰ কালেক্টিভ ইণ্টেলিজেঞ্চ (উপদেষ্টা মণ্ডলী) চিভিল নেশ্যন[2] |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ইএফএফ পায়নিয়াৰ এৱাৰ্ড (২০০৬) বিজনেজ প্ৰছেচ এৱাৰ্ড (২০০৮) দ্য গ্লোবেল ব্ৰেণ্ড আইকন অফ দ্য ইয়াৰ এৱাৰ্ড (২০০৮) গোটিলেব ডাটৱেয়েইলাৰ প্ৰাইজ (২০১০) |
ৱেবছাইট | |
www |
বন্ধ কৰক