![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/94/Wikipedia-logo-v2-sv.svg/langas-640px-Wikipedia-logo-v2-sv.svg.png&w=640&q=50)
চুইডীয় ৱিকিপিডিয়া
From Wikipedia, the free encyclopedia
চুইডীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ চুইডেনৰ সংস্কৰণ। ২০০২ চনৰ ২ জুনত ইয়াক মুকলি কৰা হয়। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২৫,৯০,৩৭৬ প্ৰবন্ধ আছে।
ক্ষিপ্ৰ তথ্য চুইডীয় ৱিকিপিডিয়া, ইউ আৰ এল ...
![]() | |
---|---|
![]() | |
ইউ আৰ এল | sv.wikipedia.org |
শ্লোগান | মুক্ত বিশ্বকোষ |
বাণিজ্যক | নহয় |
প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
পঞ্জীয়ন | বৈকল্পিক |
ভাষা | চুইডীয় ভাষা es-us |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
বন্ধ কৰক