গেলিলিঅ’ গেলিলি (ইংৰাজী:Galileo Galilei) (ইটালীয়ান উচ্চাৰণ: [ɡaliˈlɛːo ɡaliˈlɛi]; জন্ম ১৫ফেব্ৰুৱাৰী ১৫৬৪[4]  – ৮ জানুৱাৰী ১৬৪২[5]), একাধাৰে এজন ইটালী দেশৰ পদাৰ্থবিদ, গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰু দাৰ্শনিক আছিল আৰু তেওঁ বৈজ্ঞানিক বিপ্লৱৰ সৈতে ওতপ্ৰোত ভাৱে জড়িত ব্যক্তি আছিল। তেওঁৰ উল্ল্যেখযোগ্য অৱদানবোৰৰ ভিতৰত আছিল দূৰবীক্ষণ যন্ত্ৰৰ উন্নতি সাধন আৰু জ্যোতিৰ্বিজ্ঞানৰ গুৰুত্বপূৰ্ণ পৰ্য্যবেক্ষণ কিছুমান যিবোৰে কপাৰ্নিকাছৰ মতবাদক পূৰ্ণ সমৰ্থন দিছিল। গেলিলিঅ’ক "আধুনিক পৰ্য্যবেক্ষণ জ্যোতিৰ্বিদ্যা",[6] "আধুনিক পদাৰ্থ বিজ্ঞান",[7] আনকি "বিজ্ঞান",[7] তথা "আধুনিক বিজ্ঞান চৰ্চাৰ পিতৃস্বৰূপ" আখ্যা দিয়া হয়।[8]

ক্ষিপ্ৰ তথ্য গেলিলিঅ’ গেলিলি, জন্ম ...
গেলিলিঅ’ গেলিলি

গেলিলিঅ’ গেলিলিৰ গুইষ্টো সুষ্টাৰমেন্‍সৰ দ্বাৰা অংকিত চিত্ৰ
জন্ম ১৫ ফেব্ৰুৱাৰী, ১৫৬৪[1]
পিছা,[1] ফ্লোৰেন্সৰ ডউকি , ইটালী
মৃত্যু ৮ জানুৱাৰী, ১৬৪২ (৭৭ বছৰ)[1]
আৰ্চেট্ৰি,[1] টাসকেনীৰ গ্ৰেণ্ড ডউকি, ইটালী
বাসস্থান টাসকেনীৰ গ্ৰেণ্ড ডউকি, ইটালী
জাতীয়তা ইটালীয়ান (টাসকেন)
ক্ষেত্ৰ জ্যোতিৰ্বিদ্যা,পদাৰ্থ বিদ্যা আৰু অংকশাস্ত্ৰ
কৰ্মস্থান পিছা বিশ্ববিদ্যালয়
পাডুৱা বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান পিছা বিশ্ববিদ্যালয়
শৈক্ষিক পৰামৰ্শদাতা অ’ষ্টিলো ৰিকি[2]
উল্লেখযোগ্য বিদ্যাৰ্থী বেনেদিতো কেষ্টেলী
মাৰিঅ’ গাইডুকি
ভিন্‌ছেন্‌জো ভিভিয়ানি[3]
জনা যায় Kinematics
Dynamics
Telescopic observational astronomy
Heliocentrism
স্বাক্ষৰ
টোকা
তেওঁৰ দেউতাক ভিঞ্চেন্‌জো গেলিলি পেছাত এজন সঙ্গীতজ্ঞ আছিল। গেলিলিঅ’ গেলিলি আৰু তেওঁৰ পত্নী মেৰিনা গাম্বাৰ (১৫৭০  – ২১আগষ্ট ১৬১২?) ছোৱালী দুজনী (মাৰিয়া কেলিস্তি (ভাৰ্জিনিয়া, ১৬০০–১৬৩৪) আৰু লিভিয়া (১৬০১–১৬৫৯), both of whom became nuns) আৰু এটি ল’ৰা সন্তান ভিঞ্চেন্‌জো (১৬০৬–১৬৪৯), a lutenistআছিল.
বন্ধ কৰক

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.