গণনা (ইংৰাজী: Computation) নামক পৰিভাষিক শব্দটোৰে এক ধৰণৰ অপাৰেশ্যনক বুজায়। এই কাৰ্য্য কিছু প্ৰাৰম্ভিক চৰ্তয়েদি আৰম্ভ হয় আৰু কিছু নিৰ্দিষ্ট নিয়ম অনুসৰণ কৰি এটি ফলাফল প্ৰদান কৰে।

কম্পিউটাৰ সম্পাদিত গণনামূলক কামবোৰ গণনাৰ সবাতোকৈ সাধাৰণ উদাহৰণ। ইয়াত প্ৰগামিং ভাষাৰে কম্পিউটাৰক গণনা পদ্ধতিৰ নিৰ্দিষ্ট নিয়মবোৰ ফলন (function) আকাৰে প্ৰদান কৰা থাকে।

কম্পিউটাৰ বিজ্ঞানত গণনাৰ প্ৰকৃতি আৰু ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা হয়। গণনাত ব্যৱহৃত নিয়মৰ ছেটসমূহক কম্পিউটাৰ বিজ্ঞানৰ পৰিভাষাত এলগেৰিথম (Algorithm)।

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.