কোচ-ৰাজবংশী বা কামতাপুৰী (ইংৰাজী: Kamatapuri/Rajbongshi language) হ'ল ইন্দো-আৰ্য্য ভাষা পৰিয়ালৰ অন্তৰ্গত ভাষা। ১৫ মিলিয়নৰো অধিক মানুহে এই ভাষা ব্যৱহাৰ কৰে।

ক্ষিপ্ৰ তথ্য কামতাপুৰী /ৰাজবংশী, থলুৱা অঞ্চল ...
কামতাপুৰী /ৰাজবংশী
কোচ-ৰাজবংশী/কামতাপুৰী/গোৱালপাৰীয়া(ভাৰত)
ৰংপুৰী (বাংলাদেশ)
ৰাজবংশী (নেপাল)
থলুৱা অঞ্চল বাংলাদেশ,
ভাৰত,
নেপাল
ভাষা পৰিয়াল
ভাৰত-ইউৰোপী
ভাষা সংকেত
ISO 639-3 Variously:
rkt  কামতাপুৰী/ৰংপুৰী
rjs  ৰাজবংশী
kyv  কায়ৰ্ট[1]
গ্লোটোলগ rang1265  ৰংপুৰী[2]
rajb1243  ৰাজবংশী[3]
বন্ধ কৰক

পৰিসীমা

অসমৰ ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও আৰু গোৱালপাৰা জিলাত এই ভাষা কোৱা মানুহৰ সংখ্যা সৰ্বাধিক, দৰং জিলাতো এই ভাষা কোৱা কিছু সংখ্যক মানুহ আছে। উত্তৰ বঙ্গৰ কোচবিহাৰ, জলপাইগুড়ি, উত্তৰ দিনাজপুৰ, দক্ষিণ দিনাজপুৰ আৰু দাৰ্জিলিঙৰ তৰাই অঞ্চল, বিহাৰৰ কাটিহাৰ, পূৰ্ণিয়া আৰু কিষানগঞ্জ জিলাৰ কিছু অঞ্চল, নেপালৰ মোৰং আৰু ঝাপা জিলা, ভূটানৰ কিছু অঞ্চলত তথা বাংলাদেশৰ অবিভক্ত ৰংপুৰ জিলাত এই ভাষাৰ মানুহ আছে। মেঘালয়, ত্ৰিপুৰা আৰু সম্বলপুৰ (ওড়িশা)তো এই ভাষাৰ লোক আছে। অঞ্চলভেদে ৰাজবংশী, গোৱালপাৰীয়া,দেশী ভাষা,ৰংপুৰী ভাষা আদি বিভিন্ন নামত পৰিচিত। এই ভাষা কোৱা মানুহৰ সংখ্যা ১৫ মিলিয়নৰ অধিক।

অসমীয়া, ছিলটি আৰু বঙালী ভাষাৰ সৈতে তুলনা

অধিক তথ্য কোচ ৰাজবংশী, অসমীয়া ...
কোচ ৰাজবংশীঅসমীয়াবঙালীছিলটিইংৰাজী ভাঙনি
Muĩ kôrûngMôi kôrûAmi kôriAmi xoriI do
Muĩ kôrià àsûngMôi kôri asûAmi kôrchiAmi xoriarI am doing
Muĩ kôrsilûngMôi kôrisilûAmi kôrêchiAmi xorsilamI did
Muĩ kôrià àsilûngMôi kôri asilûAmi kôrchilamAmi xorat aslamI was doing
Muĩ kôrimMôi kôrimAmi kôrboAmi xormuI will do
Muĩ kôriyà thakimMôi kôri thakimAmi kôrtê thakboAmi xorat taxmuI will be doing
বন্ধ কৰক

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.