![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/87/Kapil_Dev_at_Equation_sports_auction_%2528cropped%2529.jpg/640px-Kapil_Dev_at_Equation_sports_auction_%2528cropped%2529.jpg&w=640&q=50)
কপিল দেৱ
From Wikipedia, the free encyclopedia
কপিল দেৱ ৰামলাল নিখাঞ্জ (ইংৰাজী: Kapil Dev , জন্ম: ৬ জানুৱাৰী, ১৯৫৯) এজন ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ। তেওঁ এজন দ্ৰুত মধ্যমীয়া বলাৰ আৰু হাৰ্ড হিটিং মিডল অৰ্ডাৰৰ বেটছমেন আছিল আৰু ২০০২ চনত উইনডেনে তেওঁক ভাৰতীয় ক্ৰিকেটাৰ অৱ দা চেঞ্চুৰী হিচাপে নিৰ্বাচিত কৰিছিল।
ক্ষিপ্ৰ তথ্য ব্যক্তিগত তথ্য, সম্পূৰ্ণ নাম ...
![]() | ||||
ব্যক্তিগত তথ্য | ||||
---|---|---|---|---|
সম্পূৰ্ণ নাম | কপিল দেৱ ৰামলাল নিখাঞ্জ | |||
জন্ম | ৬ জানুৱাৰী, ১৯৫৯ (৬৫ বছৰ) চণ্ডীগড়, পাঞ্জাব, ভাৰত | |||
উপনাম | হাৰিয়ানা হাৰিকেন, কপিল পাজী, কেপছ | |||
উচ্চতা | 6 ফুট 0 ইঞ্চি (1.8 মিটাৰ) | |||
বেটিং শৈলী | সোঁহতীয়া | |||
বলিং শৈলী | সোঁহতীয়া দ্ৰুত মধ্যমীয়া | |||
ভূমিকা | অলৰাউণ্ডাৰ | |||
আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||
জাতীয় দল | ভাৰত | |||
টেষ্ট অভিষেক (কেপ ১৪১) | ১৬ অক্টোবৰ ১৯৭৮ বনাম পাকিস্তান | |||
অন্তিম টেষ্ট | ১৯ মাৰ্চ ১৯৯৪ বনাম নিউজিলেণ্ড | |||
অ'ডিআই অভিষেক (কেপ ২৫) | ১ অক্টোবৰ ১৯৭৮ বনাম পাকিস্তান | |||
অন্তিম অ'ডিআই | ১৭ অক্টোবৰ ১৯৯৪ v ৱেষ্ট ইণ্ডিজ | |||
ঘৰুৱা দলৰ তথ্য | ||||
বছৰ | দল | |||
১৯৭৫-৯২ | হাৰিয়ানা | |||
১৯৮১-৮৩ | নৰ্থাম্পটনশ্বাইৰ | |||
১৯৮৪-৮৫ | ৱৰ্চেষ্টাৰশ্বাইৰ | |||
কেৰিয়াৰ পৰিসংখ্যা | ||||
প্ৰতিযোগিতা | টেষ্ট | এদিনীয়া | প্ৰথম শ্ৰেণী | লিষ্ট এ ক্ৰিকেট |
মুঠ খেল | ১৩১ | ২২৫ | ২৭৫ | ৩০৯ |
ৰাণ | ৫২৪৮ | ৩৭৮৩ | ১১৩৫৬ | ৫৪৬১ |
বেটিং গড় | ৩১.০৫ | ২৩.৭৯ | ৩২.৯১ | ২৪.৫৯ |
শতক/অৰ্ধশতক | ৮/২৭ | ১/১৪ | ১৮/৫৬ | ২/২৩ |
সৰ্বোচ্চ ৰাণ | ১৬৫ | ১৭৫* | ১৯৩ | ১৭৫* |
বল | ২৭,৭৪০ | ১১,২০২ | ৪৮,৮৫৩ | ১৪,৯৪৭ |
উইকেট | ৪৩৪ | ২৫৩ | ৮৩৫ | ৩৩৫ |
বলিং গড় | ২৯ .৬৪ | ২৭.৪৫ | ২৭.০৯ | ২৭.৩৪ |
এক ইনিংছত ৫টা উইকেট | ২৩ | ১ | ৩৯ | ২ |
এখন খেলত ১০টা উইকেট | ২ | ০ | ৩ | ০ |
শ্ৰেষ্ঠ বলিং | ৯/৮৩ | ৫/৪৩ | ৯/৮৩ | ৫/৪৩ |
কেচ্চ/ষ্টাম্পিং | ৬৪/০ | ৭১/০ | ১৯২/০ | ৯৯/০ |
উৎস: ক্ৰিকইনফʼ, ২৪ জানুৱাৰী ২০০৮ |
বন্ধ কৰক