এলেন ক'ৰনাৰ' পিচ্ক'পিয়া
From Wikipedia, the free encyclopedia
এলেন ক'ৰনাৰ' পিচ্ক'পিয়া (ইংৰাজী: Elena Cornaro Piscopia), যি হেলেন ক'ৰনাৰ' হিচাপেও জনাজাত আছিল ভেনেটিয়ান দাৰ্শনিক। তেওঁ বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক ডিগ্ৰী পোৱা প্ৰথম মহিলাসকলৰ এগৰাকী আছিলে[3]। ১৬৭৮ চনত তেওঁ বিশ্বৰ ভিতৰতে ডক্টৰেট ডিগ্ৰী পোৱা প্ৰথম মহিলা হয়। [4]