![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/e/e7/Adobe_XD_running_on_macOS_Catalina.png/640px-Adobe_XD_running_on_macOS_Catalina.png&w=640&q=50)
এড'বী এক্সডি
ভেক্টৰ-ভিত্তিক ব্যৱহাৰকাৰী অভিজ্ঞতা ৰূপাংকণ সঁজুলি / From Wikipedia, the free encyclopedia
এড'বী এক্সডি (এড'বী এক্সপিৰিয়েঞ্চ ডিজাইন বুলিও জনা যায়[1]) হৈছে এড'বী ইন্ক'ৰ্পৰেশ্যনদ্বাৰা বিকশিত আৰু প্ৰকাশিত ৱেব এপ্ আৰু ম'বাইল এপৰ বাবে এক ভেক্টৰ-ভিত্তিক ব্যৱহাৰকাৰী অভিজ্ঞতা ৰূপাংকণ সঁজুলি। মেকঅ'এছ আৰু ৱিণ্ড'জত উপলব্ধ হোৱাৰ লগতে ম'বাইল ডিভাইচত পোনপটীয়াকৈ কামৰ ফলাফল পূৰ্বদৰ্শন কৰাত সহায়ক হ'বলৈ ইয়াৰ আইঅ'এছ আৰু এণ্ড্ৰইড সংস্কৰণো উপলব্ধ। এড'বী এক্সডি-ত ৱেবছাইট ৱায়াৰফ্ৰেমিং আৰু ক্লিক-থ্ৰু প্ৰ'ট'টাইপ তৈয়াৰ কৰিব পাৰি।[2]
ক্ষিপ্ৰ তথ্য বিকাশক, স্থিৰ মুক্তি ...
![]() | |
![]() মেকঅ'এছ কেটালিনাত চলন্ত অৱস্থাত এড'বী এক্সডি | |
বিকাশক | এড'বী ছিষ্টেম্ছ |
---|---|
স্থিৰ মুক্তি | ৪০.০.২২ / ১৩ এপ্ৰিল ২০২১; ৩ বছৰ আগত (2021-04-13) |
অপাৰেটিং চিষ্টেম |
|
প্লেটফৰ্ম | x64, ARM64 |
উপলব্ধ হয় | ইংৰাজী, ফৰাচী, জাৰ্মান, জাপানী, কোৰিয়ান আৰু চীনা ভাষাত |
প্ৰকাৰ | ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ বিল্ডাৰ |
অনুজ্ঞাপত্ৰ | ট্ৰায়েলৱেৰ |
ৱেবছাইট | adobe |
বন্ধ কৰক