ইম্ফাল
ভাৰতৰ মণিপুৰ ৰাজ্যৰ ৰাজধানী চহৰ / From Wikipedia, the free encyclopedia
ইম্ফাল (মেইতেই: ꯏꯝꯐꯥꯜ), ভাৰতৰ মণিপুৰ ৰাজ্যৰ ৰাজধানী আৰু মহানগৰ। চহৰ খনৰ কেন্দ্ৰত পুৰণি মণিপুৰ ৰাজ্যৰ ৰাজ হাউলি কাংলা মহলৰ ভগ্নাৱশেষ চাৰিওফালে গড়াৰে আৱৰি আছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪৪ চনৰ মাৰ্চ মাহৰ পৰা জুলাইলৈকে ইয়াত ইম্ফল যুদ্ধ সংঘটিত হৈছিল।[1]
ক্ষিপ্ৰ তথ্য ইম্ফাল ꯏꯝꯐꯥꯜ, দেশ ...
ইম্ফাল ꯏꯝꯐꯥꯜ |
|
---|---|
— ৰাজধানী — | |
City of Imphal.jpgইম্ফল মহানগৰী | |
দেশ | |
ৰাজ্য | মণিপুৰ |
জিলা | পূব ইম্ফল জিলা, পশ্চিম ইম্ফল জিলা |
চৰকাৰ | |
- পৰিষদ | ইম্ফাল পৌৰনিগম |
- মেয়ৰ | এল. লোকেশ্বৰ সিং |
উচ্চতা | ৭৮৬ মিটাৰ (২,৫৭৮.৭৪ ফুট) |
জনসংখ্যা (২০১৬ লোকপিয়ল) | |
- মুঠ | ২,৬৮,২৪৩ জন |
ভাষা | |
- চৰকাৰী | মৈতৈ ভাষা (মণিপুৰী ভাষা) আৰু ইংৰাজী |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+৫:৩০) |
পিনক'ড | ৭৯৫০০১ |
টেলিফোন কোড | ৩৮৫২ |
যানবাহনৰ নম্বৰ | MN-01 |
ৱেবছাইট | www |
বন্ধ কৰক
ইম্ফাল মহানগৰৰ বৰ্তমান মেয়ৰ এল. লোকেশ্বৰ সিং।