From Wikipedia, the free encyclopedia
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব, বা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ এছচি, (চমুকৈ এ এছ ই বি এছচি নামেৰে পৰিচিত) হৈছে অসমৰ গুৱাহাটীৰ এটি অন্যতম আগশাৰীৰ ফুটবল ক্লাব। এই ক্লাবে গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ, বৰদলৈ ট্ৰফী, এ.টি.পি.এ. শ্বিল্ড, স্বাধীনতা দিৱস কাপ ইত্যাদি অসমৰ বৃহৎ প্ৰতিযোগিতা সমূহত নিয়মীয়াকৈ অংশগ্ৰহণ কৰে।
সম্পূৰ্ণ নাম | অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব | ||
---|---|---|---|
উপনাম | বিদ্যুৎ পৰিষদ | ||
সংক্ষিপ্ত নাম | এ এছ ই বি এছচি | ||
প্ৰতিষ্ঠা | ১৯৭৫ | ||
খেলপথাৰ | নেহৰু ষ্টেডিয়াম, গুৱাহাটী, অসম (আসন: ১৫,০০০) | ||
গৰাকী | অসম শক্তি বিতৰণ কোম্পানী লিমিটেড অসম বিদ্যুৎ সংবহন নিগম লিমিটেড অসম শক্তি উৎপাদন নিগম লিমিটেড | ||
মুখ্য প্ৰশিক্ষক | গণেশ ৰায় | ||
লীগ | গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ | ||
|
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ জিএছএ ছুপাৰ ডিভিজন ফুটবল লীগৰ সৰ্বাধিক খিতাপ দখলকাৰী ক্লাব।[1] ১৯৭৫ চনত স্থাপিত এই ফুটবল ক্লাবে ৰাষ্ট্ৰীয় ফুটবল লীগ ২, পূৰ্বৰ ভাৰতীয় ফুটবল প্ৰণালীৰ দ্বিতীয় স্তৰ প্ৰতিযোগিতাটো অংশগ্ৰহণ কৰিছিল।[2] ক্লাবটোৰ স্বত্বাধিকাৰী হৈছে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অধীনৰ তিনিটা কোম্পানী - অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL), অসম বিদ্যুৎ সংবহন নিগম লিমিটেড (AEGCL) আৰু অসম শক্তি উৎপাদন নিগম লিমিটেড (APGCL)।
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ এছ চিয়ে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামক ঘৰুৱা খেলপথাৰ হিচাপে ব্যৱহাৰ কৰে।
Note: Flags indicate national team as has been defined under FIFA eligibility rules. Players may hold more than one non-FIFA nationality.
|
|
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.