Map Graph

সোণ বিল

এছিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম জলাভূমি

সোণবিল( হ্ৰদ ) এছিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম জলাহভূমি৷ এই হ্ৰদটো অসমৰ কৰিমগঞ্জ জিলাত অৱস্থিত আৰু ই ভাৰত তথা দক্ষিণ অসমৰ বৃহত্তম জলাভূমি৷ এই হ্ৰদটোৰ বিশেষত্ব হ’ল শীত কালত এটি সম্পূৰ্ণ কৃষি ভূমিলৈ পৰিণত হয় আৰু ইয়াত ধান খেতি কৰা হয়৷ শীতকালৰ পিছত মাৰ্চ মাহৰ পৰা এই কৃষি ভূমিত লাহে লাহে পানীৰে ভৰি পৰে আৰু পুনৰ হ্ৰদলৈ পৰিণত হয়৷

Read article
চিত্ৰ:Son_beel_img_2.jpgচিত্ৰ:Son_beel_img_1.jpgচিত্ৰ:Son_beel_image.jpgচিত্ৰ:Son_Beel_during_Summer_Season.jpg