Map Graph

বাংলাদেশ উচ্চতম ন্যায়ালয়

বাংলাদেশৰ সৰ্বোচ্চ ন্যায়ালয়

বাংলাদেশ উচ্চতম ন্যায়ালয় হৈছে বাংলাদেশৰ সৰ্বোচ্চ ন্যায়ালয়। ইয়াক উচ্চ ন্যায়ালয় বিভাগ আৰু আপীল বিভাগেৰে, আৰু ১৯৭২ চনত গ্ৰহণ কৰা বাংলাদেশৰ সংবিধানৰ ষষ্ঠ খণ্ড প্ৰথম অধ্যায় ৰ দ্বাৰা সৃষ্টি কৰা হৈছে। ইয়াৰ উপৰিও ইয়াত বাংলাদেশৰ মুখ্য ন্যায়াধীশ, আপীল বিভাগৰ ন্যায়াধীশ, আৰু উচ্চ ন্যায়ালয়ৰ সংমণ্ডল ন্যায়াধীশৰ কাৰ্যালয় সন্নিবিষ্ট আছে। ২০২৩ চনৰ আগষ্ট মাহলৈকে আপীল বিভাগত ৭জন ন্যায়াধীশ আৰু উচ্চ ন্যায়ালয় বিভাগত ৮৯জন ন্যায়াধীশ আছে।

Read article
চিত্ৰ:বাংলাদেশ_সুপ্রীম_কোর্টের_সিলমোহর.svgচিত্ৰ:Bangladesh_Supreme_Court.jpg