Map Graph

পেৰিছ

ফ্ৰান্সৰ ৰাজধানী তথা সৰ্ববৃহৎ চহৰ

পেৰিছ হৈছে ফ্ৰান্সৰ আটাইতকৈ জনবহুল তথা ৰাজধানী চহৰ। ইয়াৰ মাটিকালি প্ৰায় ১০৫ বৰ্গ কিলোমিটাৰ । ২০১৯ চনৰ তথ্যমতে পেৰিছৰ জনসংখ্যা আনুমানিক ২,১৬৫,৪২৩ জন। ২০২০ চনত ই বিশ্বৰ ৩৪ সংখ্যক আটাইতকৈ ঘন জনবসতিপূৰ্ণ চহৰ হিচাপে পৰিগণিত হৈছিল। ১৭ শতিকাৰ পৰাই পেৰিছ বিশ্বৰ বিত্ত, কূটনীতি, বাণিজ্য, ফেশ্বন, গেষ্ট্ৰ’নমি, বিজ্ঞান, আৰু কলাৰ অন্যতম প্ৰধান কেন্দ্ৰ হিচাপে পৰিগণিত হৈ আহিছে আৰু বহুসময়ত ইয়াক বিশ্বৰ ৰাজধানী বুলিও উল্লেখ কৰা হৈছে।

Read article