Map Graph

অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম

ক্ৰিকেট ষ্টেডিয়াম

অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম, এচিএ ষ্টেডিয়াম বা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম অসমৰ গুৱাহাটীত অৱস্থিত এখন ক্ৰিকেট ষ্টেডিয়াম। এই ষ্টেডিয়ামখনত ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হয়।

Read article
চিত্ৰ:Barsapara_Cricket_Stadium_match_under_floodlights.jpg