ডানয়ুব নদী
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
ডানয়ুব নদী (/ˈdænjuːb/ dan-ewb, also known by other names) ইউৰোপৰ দ্বিতীয় সৰ্ববৃহৎ নদী আৰু ই কেন্দ্ৰীয় আৰু পূব ইউৰোপত প্ৰবাহিত হৈছে।
ডানয়ুব নদী | |
River | |
Danube in Vienna | |
দেশসমূহ | Germany, Austria, Slovakia, Hungary, Croatia, Serbia, Romania, Bulgaria, Moldova, Ukraine |
---|---|
চহৰসমূহ | Ulm, Ingolstadt, Regensburg, Linz, Vienna, Bratislava, Győr, Budapest, Dunaújváros, Vukovar, Novi Sad, Zemun, Pančevo, Belgrade, Drobeta Turnu-Severin, Vidin |
Primary source | Breg |
- অৱস্থান | Martinskapelle, Black Forest, Germany |
- উচ্চতা | ১,০৭৮ মি (৩,৫৩৭ ফুট) |
- দৈৰ্ঘ্য | ২,৮৬০ কিমি (১,৭৭৭ মাইল) |
- স্থানাঙ্ক | 48°05′44″N 08°09′18″E |
Secondary source | Brigach |
- location | St. Georgen, Black Forest, Germany |
- elevation | ৯৪০ মি (৩,০৮৪ ফুট) |
- length | ২,৮৬০ কিমি (১,৭৭৭ মাইল) |
- coordinates | 48°06′24″N 08°16′51″E |
Source confluence | |
- location | Donaueschingen |
- coordinates | 47°57′03″N 08°31′13″E |
মোহনা | Danube Delta |
- স্থানাঙ্ক | 45°13′3″N 29°45′41″E |
দৈৰ্ঘ্য | ২,৮৬০ কিমি (১,৭৭৭ মাইল) |
অৱবাহিকা | ৮,১৭,০০০ বৰ্গকিমি (৩,১৫,৪৪৫ বৰ্গমাইল) |
প্ৰবাহ | for before delta |
- গড় | ৭,০০০ ঘনমিটাৰ/ছেকেণ্ড (২,৪৭,২০৩ ঘনফুট/ছেকেণ্ড) |
Discharge elsewhere (average) | |
- Passau | ৫৮০ ঘনমিটাৰ/ছেকেণ্ড (২০,৪৮৩ ঘনফুট/ছেকেণ্ড) 30km before town |
- Vienna | ১,৯০০ ঘনমিটাৰ/ছেকেণ্ড (৬৭,০৯৮ ঘনফুট/ছেকেণ্ড) |
- Budapest | ২,৩৫০ ঘনমিটাৰ/ছেকেণ্ড (৮২,৯৮৯ ঘনফুট/ছেকেণ্ড) |
- Belgrade | ৪,০০০ ঘনমিটাৰ/ছেকেণ্ড (১,৪১,২৫৯ ঘনফুট/ছেকেণ্ড) |
ডানয়ুব নদী ঐতিহাসিকভাৱে ৰোমান সাম্ৰাজ্যৰ এক প্ৰধান অংশ আছিল আৰু বৰ্তমান ই দহখন দেশৰ মাজেৰে প্ৰবাহিত হৈ আছে। এই নদী জাৰ্মানীত আৰম্ভ হৈ দক্ষিণ-পূব দিশত মুঠ 1,914 km (1,189 মাইল) জুৰি বৈ গৈছে। এই নদীয়ে স্পৰ্শ কৰি যোৱা মূল দেশসমূহ হৈছে অষ্ট্ৰিয়া, স্ল’ভাকিয়া, হাংগেৰী, ক্ৰ’য়েটিয়া (Croatia), ছাৰবিয়া (Serbia), ৰোমানিয়া, বুলগেৰিয়া, ম’লড’ভা (Moldova) আৰু ইউক্ৰেইন। শেষত ডানয়ুব নদী কৃষ্ণ সাগৰত পৰিছেগৈ। এই নদীৰ ক্ষৰণৰ অৱবাহিকা (drainage basin) নখন দেশ পৰ্যন্ত বিস্তৃত হৈ আছে।
ডানয়ুব নদীৰ উৎসৰ পৰা কৃষ্ণ সাগৰলৈ ই্যাৰ উপনৈসমূহ একাদিক্ৰমে তলত দিয়া হ’ল-
|
17. Tisza |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.