উইলিয়াম জেম্‌ছ (ইংৰাজী: William James) (১১ জানুৱাৰী, ১৮৪২– ২৬ আগষ্ট, ১৯১০)এগৰাকী আমেৰিকান দাৰ্শনিক, মনোবিজ্ঞানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰমনোবিজ্ঞানৰ পাঠ্যক্ৰম আগবঢ়োৱা প্ৰথমজন শিক্ষাবিদ।[4] জেম্‌ছক উনৈশ শতিকাৰ অন্তিম সময়ৰ এজন অগ্ৰণী চিন্তাবিদ বুলি গণ্য কৰা হয়, লগতে সৰ্বাধিক প্ৰভাৱশালী আমেৰিকান দৰ্শনবিদ আৰু আমেৰিকান মনোবিজ্ঞানৰ পিতৃৰ মৰ্যাদা দিয়া হয়।[5][6][7]

ক্ষিপ্ৰ তথ্য সম্পূৰ্ণ নাম, জন্ম ...
উইলিয়াম জেমছ
Thumb
১৯০৩ চনত জেমছ
সম্পূৰ্ণ নাম উইলিয়াম জেমছ
জন্ম ১১ জানুৱাৰী, ১৮৪২
নিউ ইয়ৰ্ক চিটি, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ২৬ আগষ্ট, ১৯১০ (৬৮ বছৰ)
টেমৱৰ্থ, নিউ হেম্সফায়াৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ
যুগ ১৯-২০ শতিকাৰ দৰ্শন
অঞ্চল পাশ্চাত্য দৰ্শন
ধাৰা Page সাঁচ:Hlist/styles.css has no content.
  • বাস্তৱবাদ
  • কাৰ্যমূলক মনোবিজ্ঞান
  • radical empiricism
আগ্ৰহ Page সাঁচ:Hlist/styles.css has no content.
  • বাস্তৱবাদ
  • মনোবিজ্ঞান
  • ধৰ্মীয় দৰ্শন
  • জ্ঞানতত্ত্ব
  • অৰ্থবাহক ভাষাতত্ত্ব
উল্লেখযোগ্য কৰ্ম Page সাঁচ:Hlist/styles.css has no content.
  • Will to believe doctrine
  • pragmatic theory of truth
  • radical empiricism
  • James–Lange theory of emotion
  • psychologist's fallacy
  • ten percent of the brain myth
  • soft determinism
  • dilemma of determinism
  • stream of consciousness
  • James' theory of the self
  • the term multiverse
প্ৰতিষ্ঠান হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়
প্ৰভাৱিত হয়
  • Page সাঁচ:Hlist/styles.css has no content.
    • Louis Agassiz
    • William Kingdon Clifford[1]
    • David Hartley
    • Hermann Helmholtz
    • David Hume
    • Pierre Janet
    • Jules Lequier
    • Ernst Mach
    • John Stuart Mill
    • Charles Sanders Peirce
    • Charles Bernard Renouvier
    • Bernhard Riemann
    • F. C. S. Schiller
    • Afrikan Spir[2]
    • Emanuel Swedenborg
প্ৰভাৱিত কৰে
  • Page সাঁচ:Hlist/styles.css has no content.
    • Henri Bergson
    • Jimmy Carter
    • Morris Raphael Cohen
    • John Dewey
    • W. E. B. Du Bois
    • Émile Durkheim
    • Marilynne Robinson
    • Edwin Holt
    • Edmund Husserl
    • C. Wright Mills
    • Gertrude Stein[3]
    • Hilary Putnam
    • Richard Rorty
    • Bertrand Russell
    • George Santayana
    • F. C. S. Schiller
    • Alfred Schütz
    • Alfred North Whitehead
    • Antonio Damasio
    • William Sheldon
বন্ধ কৰক

ছাৰ্লছ ছেণ্ডাৰ্ছ পিয়েৰ্ছৰ সৈতে জেম্‌ছে এখন দাৰ্শনিক বিদ্যালয় স্থাপন কৰিছিল, যাক কোৱা হৈছিল প্ৰৱণতা আৰু যাক কাৰ্যকৰী মনোবিজ্ঞানৰ এক প্ৰতিষ্ঠাপক বুলিও আখ্যা দিয়া হয়। ২০০২ চনত প্ৰকাশিত হোৱা Review of General Psychology-ৰ বিশ্লেষণত জেম্‌ছক বিংশ শতিকাৰ চতুৰ্দশ সৰ্বাধিক প্ৰখ্যাত মনোবিজ্ঞানী হিচাপে বিবেচিত কৰা হৈছে।[8] ১৯৯১ চনত American Psychologist-ত প্ৰকাশিত এক জৰীপৰ মতে, জেম্‌ছৰ জনপ্ৰিয়তাক দ্বিতীয় স্থানত মানাংকিত কৰা হয়।[9] তেওঁৰ স্থান আছিল উইলহেম ওৱাণ্ড্‌ট ('Wilhelm Wundt)ৰ পাছতেই, যাক পৰীক্ষামূলক মনোবিজ্ঞানৰ প্ৰতিষ্ঠাতা হিচাপে জনা যায়।[10][11] জেম্‌ছে একধৰণৰ দাৰ্শনিক দৃষ্টিভংগীও প্ৰৱৰ্তন কৰিছিল, যাক কোৱা হয়- "radical empiricism"। [12]

এটা প্ৰতিপত্তিশালী পৰিয়ালত জন্মগ্ৰহণ কৰা উইলিয়াম জেম্‌ছৰ পিতৃ আছিল হেনৰি জেম্‌ছ জ্যেষ্ঠ। তেখেত এজন ছুইডেনবৰ্গীয় ধৰ্মতত্ত্ববিদ আছিল। আনহাতে উইলিয়াম জেম্‌ছ ভ্ৰাতৃ আছিল বিখ্যাত ঔপন্যাসিক হেনৰি জেম্‌ছ আৰু দিনলিপি-লিখোঁতা এলিচ জেম্‌ছ। জেম্‌ছে এগৰাকী শৈল-চিকিৎসক হিচাপে প্ৰশিক্ষণ লৈছিল আৰু হাৰ্ভাৰ্ডত দেহবিদ্যা পঢ়াইছিল। কিন্তু তেখেতে নিজে কেতিয়াও চিকিৎসা-বিদ্যাৰ অনুশীলন কৰা নাছিল। তাৰ পৰিৱৰ্তে তেখেতে মনোবিজ্ঞান আৰু দৰ্শনতহে ৰাপ দেখুৱাইছিল। জেম্‌ছে বহুতো বিষয়ত চৰ্চা কৰিছিল, লেখা-মেলা কৰিছিল। তাৰে ভিতৰত শিক্ষা, মনোবিজ্ঞান, ধৰ্ম, মেটা-পদাৰ্থবিজ্ঞান, জ্ঞানতত্ত্ব, ৰহস্যবাদ আছিল প্ৰধান। তেখেতৰ কেইখনমান প্ৰভাৱশালী গ্ৰন্থ হৈছে The Principles of Psychology (মনোবিজ্ঞানৰ নীতি)। এইখন গ্ৰন্থ মনোবিজ্ঞানৰ ক্ষেত্ৰত এখন যুগান্তকাৰী গ্ৰন্থ হিচাপে বিবেচিত। তাৰ উপৰি তেখেতে লিখা Essays in Radical Empiricism গ্ৰন্থখন দৰ্শনৰ বাবে অতি প্ৰয়োজনীয় সমল হিচাপে পৰিচিত। বিভিন্ন ধৰ্মৰ ধৰ্মীয় অভিজ্ঞতাৰ অনুসন্ধানেৰে সমৃদ্ধ তেখেতৰ আন এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হৈছে-The Varieties of Religious Experience। এইখন গ্ৰন্থই মন-পৰিচৰ্যা বা 'mind-cure-ৰ বিষয়ে আলোচনা কৰে।[13]

তথ্য উৎস

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.