শিলচৰ লোকসভা সমষ্টি (ইংৰাজী: Silchar Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
বিধানসভাৰ সমষ্টিসমূহ
শিলচৰ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে[1]:
ক্ৰম | সমষ্টিৰ নাম | অনুসূচিত জাতি/ জনজাতিৰ বাবে সংৰক্ষিত | জিলা |
---|---|---|---|
১ | ৯, শিলচৰ বিধানসভা সমষ্টি | নহয় | কাছাৰ |
২ | ১০, সোণাই বিধানসভা সমষ্টি | নহয় | কাছাৰ |
৩ | ১১, ধলাই বিধানসভা সমষ্টি | অনুসূচিত জাতি | কাছাৰ |
৪ | ১২, উদাৰবন্দ বিধানসভা সমষ্টি | নহয় | কাছাৰ |
৫ | ১৩, লক্ষীপুৰ বিধানসভা সমষ্টি | নহয় | কাছাৰ |
৬ | ১৪, বৰখলা বিধানসভা সমষ্টি | নহয় | কাছাৰ |
৭ | ১৫, কাটিগড়া বিধানসভা সমষ্টি | নহয় | কাছাৰ |
লোক সভাৰ সদস্য
আৰম্ভণিৰেপৰা বৰ্তমানলৈ শিলচৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা সদস্যসকলৰ নাম তলত উল্লেখ কৰা হ'ল।[2]
ক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
---|---|---|---|
১ | ১৯৭৭ | ৰছিদা চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
২ | ১৯৮০ | সন্তোষ মোহন দেৱ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৩ | ১৯৮৪ | সন্তোষ মোহন দেৱ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪ | ১৯৮৯ | সন্তোষ মোহন দেৱ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫ | ১৯৯১ | কবীন্দ্ৰ পুৰকায়স্থ | ভাৰতীয় জনতা পাৰ্টি |
৬ | ১৯৯৬ | সন্তোষ মোহন দেৱ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৭ | ১৯৯৮ | কবীন্দ্ৰ পুৰকায়স্থ | ভাৰতীয় জনতা পাৰ্টি |
৮ | ১৯৯৯ | সন্তোষ মোহন দেৱ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৯ | ২০০৪ | সন্তোষ মোহন দেৱ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১০ | ২০০৯ | কবীন্দ্ৰ পুৰকায়স্থ | ভাৰতীয় জনতা পাৰ্টী |
১১ | ২০১৪ | সুস্মিতা দেৱ[3] | ভাৰতীয় জাতীয় কংগ্ৰেছ |
লগতে চাওক
তথ্য সংগ্ৰহ
Wikiwand in your browser!
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.