ফ'বছ (ইংৰাজী: Phobos) মঙ্গল গ্ৰহৰ দুয়োটা প্ৰাকৃতিক উপগ্ৰহৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ভিতৰৰ উপগ্ৰহ।[4] মঙ্গলৰ আনটো উপগ্ৰহৰ নাম ডিমছ। ১১ কিলোমিটাৰ (৭ মিটাৰ) গড় ব্যাসাৰ্ধৰ এই উপগ্ৰহটোৱে মঙ্গলৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৭ ঘণ্টা ৩৯.২ মিনিট সময় লয়।[1] ফ’বছ মঙ্গলৰ পৰা ৬,০০০ কিলোমিটাৰ (৩,৭০০ মিটাৰ) দূৰত্বত অৱস্থিত। গ্ৰীক দেৱতা ফ'বছৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। গ্ৰীক উপাখ্যানৰ মতে ফ’বছ ডিমছৰ যমজ ভাতৃ আৰু ইয়াৰ অৰ্থ ‘ভয়’।[5]

ক্ষিপ্ৰ তথ্য আৱিষ্কাৰ, আৱিষ্কাৰক ...
ফ'বছ
Phobos
Thumb
ফ'বছৰ ৰঙীণ চিত্ৰ (MRO)
আৱিষ্কাৰ
আৱিষ্কাৰক এছাফ হল
আৱিষ্কাৰৰ তাৰিখ ১৮ আগষ্ট, ১৮৭৭
বিৱৰণ
বিকল্প নামসমূহ মঙ্গল ১
বিশেষণ ফ'বিয়ান, ফ'বছিয়ান
কক্ষপথৰ বৈশিষ্ট্য
যুগ J2000
অনুapsis 9234.42 km[1]
অপapsis 9517.58 km[1]
অৰ্ধ-মুখ্য অক্ষ 9376 km[1] (২.৭৬ মঙ্গল ব্যাসাৰ্ধ)
উৎকেন্দ্ৰতা 0.0151[1]
কক্ষীয় পৰ্যায়কাল 0.31891023 d
(৭ ঘণ্টা ৩৯.২ মিনিট)
গড় কক্ষীয় দ্ৰুতি ২.১৩৮ কিলোমিটাৰ প্ৰতি ছেকেণ্ড[1]
নতি ১.০৯৩° (মঙ্গলৰ বিষুৱ ৰেখালৈ)
০.০৪৬° (স্থানীয় লাপ্লাচ সমতললৈ)
26.04° (ecliptic লৈ)
যাৰ উপগ্ৰহ মঙ্গল গ্ৰহ
ভৌতিক বৈশিষ্ট্যসমূহ
মাত্ৰাসমূহ ২৭ × ২২ × ১৮ কিলোমিটাৰ[1]
গড় ব্যাসাৰ্ধ 11.2667 km
(১.৭৬৯৪১ mEarths)
পৃষ্ঠৰ ক্ষেত্ৰফল 1548.3 km2[1]
(৩.০৩৫৪৫ μEarths)
আয়তন 5783.61 km3
(৫.৩৩৯৩৩ nEarths)
ভৰ 1.0659×1016 kg[1]
(১.৭৮৪৭৭ nEarths)
গড় ঘনত্ব Lua error in Module:Convert at line 657: attempt to index field 'currency' (a nil value).[1]
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ 0.0057 m/s2[1]
(৫৮১.৪ µ g)
পলায়ন বেগ ১১.৩৯ মিটাৰ প্ৰতি ছেকেণ্ড
(৪১ কিলোমিটাৰ প্ৰতি ছেকেণ্ড)[1]
ঘূৰ্ণনকাল সকালীকৃত
বিষুৱীয় অঞ্চলত ঘূৰ্ণন বেগ 11.0 km/h (6.8 mph) (আটাইতকৈ দীঘল অক্ষত)
অক্ষীয় ঢাল ০°
প্ৰতিফলন অনুপাত ০.০৭১±০.০১২[2]
তাপমাত্ৰা ২৩৩ K
আপাত মান ১১.৮[3]
    বন্ধ কৰক

    আৱিষ্কাৰ

    ১৮৭৭ চনৰ ১৮ আগষ্ট তাৰিখে প্ৰায় ০৯:১৪ (জি.এম.টি.) বজাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত অৱস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰ নৌসেনা মানমন্দিৰত আমেৰিকান জ্যোতিৰ্বিজ্ঞানী এছাফ হলে ফ'বছ আৱিষ্কাৰ কৰিছিল। উল্লেখযোগ্য যে ফ’বছ আৱিষ্কাৰ কৰাৰ কিছুদিন আগতেই অৰ্থাৎ ১২ আগষ্ট তাৰিখে প্ৰায় ০৭:৪৮ (ইউ.টি.চি.) বজাত হলে মঙ্গলৰ আনটো উপগ্ৰহ ডিমছ আৱিষ্কাৰ কৰিছিল।[6][7][8][9]

    তথ্য সংগ্ৰহ

    Wikiwand in your browser!

    Seamless Wikipedia browsing. On steroids.

    Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

    Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.