জাপান (আই.পি.এ: zapan) (জাপানী: 日本 নিপ্পন) এছিয়া মহাদেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ এটা দ্বীপ ৰাষ্ট্ৰ। দেশখন এছিয়া মহাদেশৰ পূৰ্ব উপকূলৰ ওচৰৰ উত্তৰ প্ৰশান্ত মহাসাগৰত অৱস্থিত। সৰু বৰ প্ৰায় ৩,০০০ দ্বীপ লগ হৈ জাপান গঠিত। চাৰিটা প্ৰধান দ্বীপ হ’ল হনছু, হোক্কাইডো, কিয়ুছু আৰু ছিক’কু। ইয়াৰ উপৰিও জাপানত অনেক সৰু সৰু দ্বীপ আছে। জাপানীসকলে জাপানী ভাষাত তেওঁলোকৰ দেশক নিহ’ন বা নিপ্প’ন বোলে , যাৰ অৰ্থ "সূৰ্যৰ উৎস"। জাপান চীনা সাম্ৰাজ্যসমূহৰ পূৰ্বে অৱস্থিত বুলিয়েই এই নাম ৰখা হৈছিল। ইংৰাজীত জাপানক "land of the rising sun" অৰ্থাৎ "সূৰ্যোদয়ৰ দেশ"ও বোলা হয়। টকিঅ' জাপানৰ বৃহত্তম চহৰ আৰু ৰাজধানী।

ক্ষিপ্ৰ তথ্য জাপান日本国নিপ্পন-ককু বা নিহন-ককু, বৃহত্তম নগৰ ...
জাপান
日本国
নিপ্পন-ককু বা নিহন-ককু
ৰাষ্ট্ৰীয় সঙ্গীত
কিমিগায়’  (君が代)
সাম্ৰাজ্যৰ ৰাজত্ব

জাপান চৰকাৰৰ মোহৰ
  • জাপান চৰকাৰৰ মোহৰ
জাপান-ৰ অৱস্থান
জাপান-ৰ অৱস্থান
ৰাজধানীটকিঅ'
35°41′N 139°46′E
বৃহত্তম নগৰ ট’কিঅ
ৰাষ্ট্ৰভাষা (সমূহ) জাপানী
চৰকাৰ সাংবিধানিক ৰাজতন্ত্ৰ
 -  সম্ৰাট Naruhito
 -  প্ৰধানমন্ত্ৰী = শ্বিঞ্জ’ও আবে
গঠন
 -  জাতীয় ভিত্তি দিন ১১ ফেব্ৰুৱাৰী, ৬৬০ খ্ৰীষ্টপূৰ্বাব্দ 
 -  মেইজি সংবিধান নৱেম্বৰ ২৯ ১৮৯০ 
 -  বৰ্তমান সংবিধান মে’ ৩ ১৯৪৭ 
 -  চেন ফ্ৰেঞ্চিস্ক’ চুক্তি এপ্ৰিল ২৮ ১৯৫২ 
 -  জলভাগ (%) ০.৮
জনসংখ্যা
 -  ২০০৭ আনুমানিক ১২,৭৪,৩৩,৪৯৪ (১০ম)
 -  ২০০৪ লোকপিয়ল ১২,৭৩,৩৩,০০২ 
 -  ঘনত্ব ৩৩৭ প্ৰতি বৰ্গকিমি (৩০তম)
 প্ৰতি বৰ্গমাইল
জিডিপি (পিপিপি) ২০০৬ আনুমানিক
 -  মুঠ $৪.২২০ ট্ৰিলিয়ন (৩য়)
 -  জনমুৰি $৩৩,১০০ (১২তম)
জিডিপি (নামমাত্ৰ) ২০০৬ আনুমানিক
 -  মুঠ $৪.৯১১ ট্ৰিলিয়ন (২য়)
 -  জনমুৰি $৩৮,৩৪১ (১৪তম)
মানৱ উন্নয়ন সূচক (২০১৪) বৃদ্ধি ০.৮৯০ (অতি উচ্চ) (১৭)
মুদ্ৰা য়েন (¥/円) (JPY)
সময় অঞ্চল জাপান মান সময় (ইউটিচি+৯)
ইণ্টাৰনেট টিএলডি .jp
কলিং ক'ড ++৮১
বন্ধ কৰক



তথ্য সংগ্ৰহ

আৰু চাওক

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.