From Wikipedia, the free encyclopedia
ডিব্ৰুগড় লোকসভা সমষ্টি (ইংৰাজী: Dibrugarh Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
ডিব্ৰুগড় লোকসভা সমষ্টিত তলত উল্লিখিত বিধান সভা সমষ্টিসমূহ আছে[1]:
ক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
---|---|---|---|
১ | ১৯৫১ | জে. এন. হাজৰিকা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
২ | ১৯৫৭ | জে. এন. হাজৰিকা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৩ | ১৯৬২ | জে. এন. হাজৰিকা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪ | ১৯৬৭ | জে. এন. হাজৰিকা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫ | ১৯৭১ | ৰবীন্দ্ৰনাথ কাকতি | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬ | ১৯৭৭ | হৰেণ ভূমিজ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৭ | ১৯৮৪ | হৰেণ ভূমিজ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৮ | ১৯৯১ | পৱন সিঙ ঘাটোৱাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৯ | ১৯৯৬ | পৱন সিঙ ঘাটোৱাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১০ | ১৯৯৮ | পৱন সিঙ ঘাটোৱাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১১ | ১৯৯৯ | পৱন সিঙ ঘাটোৱাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১২ | ২০০৪ | সৰ্বানন্দ সোণোৱাল | অসম গণ পৰিষদ |
১৩ | ২০০৯ | পৱন সিঙ ঘাটোৱাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১৪ | ২০১৪ | ৰামেশ্বৰ তেলী[2] | ভাৰতীয় জনতা পাৰ্টী |
১৫ | ২০১৯ | ৰামেশ্বৰ তেলী | ভাৰতীয় জনতা পাৰ্টী |
১৬ | ২০২৪ | সৰ্বানন্দ সোণোৱাল | ভাৰতীয় জনতা পাৰ্টী |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.