From Wikipedia, the free encyclopedia
১(এক) হ'ল এটা বুজোৱা সংখ্যা বা দুইতকৈ সৰু গোটা সংখ্যা।[1] কোনো বস্তুৰ পৰিমাণ '১' হ'লে, ই বস্তুটো অকলশৰীয়া, সম্পূৰ্ণ বুজায়। [2]। ই আতাইতকৈ সৰু স্বাভাৱিক সংখ্যা।
১ৰ যুগাত্মক প্ৰতিলোম, বা যি সংখ্যাৰে ১ক যোগ কৰিলে '০' পোৱা যায়, হ'ল '-১'। [3] ১ +(-১) = ১ - ১ = ০।
গুণক পৰিচয় মানে, যদি কোনো সংখ্যাক '১'ৰে পুৰণ কৰা হয়, তেতিয়া সেই সংখ্যাৰ পৰিচয় সলনি নহয়, অৰ্থাৎ উত্তৰত সেই সংখ্যাকেই পোৱা যায়। [4] যেনে, ১ × ৫ = ৫, ১ × ২২.২৩৫ = ২২.২৩৫ আদি।
১ৰ এটাই মাত্ৰ গুণনীয়ক আছে, '১' নিজেই।[5] অৰ্থাৎ এক মৌলিক সংখ্যাও নহয়, আৰু যৌগিক সংখ্যাও নহয়।[6]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.