ৱিকিমিডিয়া দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা From Wikipedia, the free encyclopedia
হজৰত (Ḥaḍrah, আৰবী: حضرة; বা Hazret বা Hazrat) হ'ল সম্মানসূচক আৰবী উপাধি। ইয়াৰ শাব্দিক অৰ্থ "উপস্থিত"। উচ্চ মৰ্যদা ব্যক্তিসকলৰ ক্ষেত্ৰত ব্যৱহৃত পশ্চিমা সম্মানসূচক উপাধি যেনেকৈ "Your Honour" (বিচাৰসকলৰ বাবে), "His Majesty" (ৰাজকীয় ব্যক্তিৰ বাবে) বা "His Holiness" (ধৰ্মীয় ব্যক্তিৰ বাবে) নামৰ উপাধিৰ সৈতে ইয়াৰ মিল আছে। তুৰ্কী আৰু বছনিয়ান ভাষাতো এই শব্দটো আছে৷
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.