শ্ৰীকান্ত কিদাম্বি
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
শ্ৰীকান্ত কিদাম্বি (ইংৰাজী: Srikanth Kidambi) এজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ১১ আগষ্ট ২০১৬ত[1] আন্তৰ্জাতিক ক্ৰীড়াক্ষেত্ৰৰ বিশ্ব ৰেংকিংত তেওঁ ১১তম স্থান লাভ কৰি বৰ্তমান ভাৰতীয় পুৰুষ বেডমিণ্টন খেলুৱৈৰ মাজত সৰ্বোচ্চ স্থানত আছে। ২০১৪ চনৰ চীন অপেন চুপাৰ চিৰিজ প্ৰিমিয়াৰৰ ফাইনেলত লিন ডেনক ২১-১৯, ২১-১৭ পয়েণ্টত হৰুৱাই তেওঁ প্ৰথম ভাৰতীয় বেডমিণ্টন খেলুৱৈ হিচাপে চুপাৰ চিৰিজ প্ৰিমিয়াৰৰ খিতাব জয় কৰে।[2] শ্ৰীকান্ত হায়দৰাবাদৰ গোপী চান্দ বেডমিণ্টন একাডেমীত প্ৰশিক্ষণ তথা অনুশীলন কৰে আৰু বেংগালোৰৰ[3] গ' স্পোৰ্টচৰ দ্বাৰা স্পন্সৰড। তদুপৰি লি-নিং নামৰ সংস্থা এটায়ো তেওঁক স্পনচৰ কৰে।[4]
শ্ৰীকান্ত কিদাম্বি | |||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ফ্ৰেঞ্চ চুপাৰ চিৰিজ ২০১৩ ত শ্ৰীকান্ত কিদাম্বি | |||||||||||||||||||||||||||||||||||||
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||||||||||||||||||||
জন্ম নাম | শ্ৰীকান্ত নাম্মালৱাৰ কিদাম্বি | ||||||||||||||||||||||||||||||||||||
জন্ম | ৭ ফেব্ৰুৱাৰী, ১৯৯৩ (৩১ বছৰ) গুণ্টুৰ, অন্ধ্ৰপ্ৰদেশ | ||||||||||||||||||||||||||||||||||||
বাসগৃহ | হায়দৰাবাদ, ভাৰত | ||||||||||||||||||||||||||||||||||||
উচ্চতা | ১.৭৮ মিটাৰ (U=ft}}) | ||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | |||||||||||||||||||||||||||||||||||||
দেশ | ভাৰত | ||||||||||||||||||||||||||||||||||||
শিতান | পুৰুষৰ একক | ||||||||||||||||||||||||||||||||||||
প্ৰশিক্ষক | পুলেল্লা গোপীচান্দ | ||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
শ্ৰীকান্ত কিদাম্বি ৭ ফেব্ৰুৱাৰী ১৯৯৩ চনত অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰত জন্মৰ্ৰহন কৰে। তেওঁৰ পিতৃ কে.ভি. কিদাম্বি এজন জমিদাৰ আৰু মাতৃ ৰাধা এগৰাকী গৃহবধূ। .[5] শ্ৰীকান্তৰ ককায়েক নন্দগোপালো এজন বেডমিণ্টন খেলুৱৈ।[6]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.