শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা সাংবাদিকতাৰ ক্ষেত্ৰত দেখুওৱা বিশেষ দক্ষতাৰ বাবে প্ৰদান কৰা হয়। কমল কুমাৰী ফাউণ্ডেছনে এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে দুই লাখ টকা, এটা ট্ৰফি আৰু এখন প্ৰশস্তি পত্ৰ।[1]
বৰ্ষ | প্ৰাপক |
---|---|
১৯৯৯ | দ্য আছাম ট্ৰিবিউন |
১৯৯৯ | তুলসী গোবিন্দ বৰুৱা |
১৯৯৯ | প্ৰফুল্ল গোবিন্দ বৰুৱা |
২০০০ | সঞ্জয় হাজৰিকা |
২০০১ | ধীৰেন্দ্ৰ নাথ বেজবৰুৱা |
২০০২ | টেষ্টা ছেটালভেড |
২০০৩ | প্ৰণয় ৰয় |
২০০৪ | অৰূপ কুমাৰ দত্ত |
২০০৫ | চতুৰংগ |
২০০৬ | প্ৰফুল্ল চন্দ্ৰ বৰুৱা |
২০০৭ | পেট্ৰিচিয়া মুখিম |
২০০৮ | অৰ্ণৱ গোস্বামী |
২০০৯ | ৰাধিকামোহন ভাগৱতী |
২০১০ | সুবীৰ ভৌমিক |
২০১১ | এম এছ প্ৰভাকৰ[2] |
২০১২ | প্ৰান্তিক[3] |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.