ব্ৰাহ্মী লিপি পৰিয়ালৰ অন্তৰ্গত আবুগিদা লিখন ব্যৱস্থা From Wikipedia, the free encyclopedia
অষ্টম শতিকাত আৱিষ্কাৰ কৰা শাৰদা লিপি (शारदा ) ব্ৰাহ্মী লিপি পৰিয়ালৰ অন্তৰ্গত আবুগিদা লিখন ব্যৱস্থা। এই লিপিৰ সহায়ত কাশ্মীৰ অঞ্চলত সংস্কৃত ভাষা আৰু কাশ্মীৰী ভাষা লিখা হৈছিল। গুৰমুখী লিপি শাৰদা লিপিৰ পৰা উদ্ভৱ হৈছে। পূৰ্বতে শাৰদা লিপিৰ বহুল ব্যৱহাৰ হৈছিল, কিন্তু এতিয়া এই লিপি কেৱল কাশ্মীৰী পণ্ডিতসকলৰ কিছুমান অনুষ্ঠানতহে ব্যৱহাৰ কৰা হয়।
শাৰদা লিপি | |
---|---|
শাৰদা লিপিৰে লিখা কাশ্মীৰী শৈৱ পুথি | |
প্ৰকাৰ | আবুগিদা |
ভাষা | সংস্কৃত |
সময় | ৮০০ খ্ৰীষ্টাব্দৰ পৰা বৰ্তমান (প্ৰায় লুপ্ত) |
মাতৃ লিপি | |
সন্তান লিপি | গুৰুমুখী Takri Landa |
ভগ্নী লিপি | নাগৰী Siddhaṃ |
ISO 15924 | Shrd, 319 |
দিশ | বাওঁৰ পৰা সোঁ |
ইউনিক'ড নাম | Sharada |
ইউনিক'ড ৰে'ঞ্জ | U+11180– U+111DF |
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে। |
অ | ই | উ | ঋ | ঌ | উ | ও |
আ | ঈ | ঊ | ৠ | ঐ | ঔ |
অং | অঃ |
ক | খ | গ | ঘ | ঙ |
চ | ছ | জ | ঝ | ঞ |
ট | ঠ | ড | ঢ | ণ |
ত | থ | দ | ধ | ন |
প | ফ | ব | ভ | ম |
য | ৰ | ল | ৱ | |
শ | ষ | স | হ |
২০১২ চনৰ জানুৱাৰী মাহত ইউনিক’ড ষ্টেণ্ডাৰ্ডত শাৰদা লিপি সংযোজন কৰা হয়। Sharda লিপিৰ ইউনিকোড সম্প্ৰসাৰণ হৈছে U+11180 ৰ পৰা U+111D লৈ। [1]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.