বাংলাদেশী অভিনেতা From Wikipedia, the free encyclopedia
শাকিৱ খান (বঙালী: শাকিব খান; জন্ম: ২৮ মাৰ্চ ১৯৭৯)[1] এগৰাকী বাংলাদেশৰ চলচ্চিত্ৰ অভিনেতা যিয়ে বঙালী চলচ্চিত্ৰত কাম কৰে। তেওঁ ১৯৯৯ চনত ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ অনন্ত ভালোবাসাৰ জৰিয়তে অভিনয়ৰ সূচনা কৰিছিল আৰু এইখন এখন বাণিজ্যিকভাৱে সফল ছবি আছিল। শাকিৱে তেতিয়াৰে পৰা সৰই তো সুখী হতে চায় আৰু দুজন দুজনাৰত (দুয়োখন ২০০০ চন) অভিনয় কৰিছিল।
১৯৭৯ চনৰ ২৮ মাৰ্চ মাহত জন্মগ্ৰহণ কৰা শাকিৱ খানৰ জন্ম নাম আছিল মাছুদ ৰনা। তেওঁৰ পিতৃ আৱদুৰ ৰৱ আছিল চৰকাৰি চাকৰিয়াল আৰু মাতৃ নুৰ জাহান গৃহিণী।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.