অসমীয়া চুটি চলচ্চিত্ৰ From Wikipedia, the free encyclopedia
মোৰ ঘোঁৰাৰ দুৰন্ত গতি (The Horse from Heaven) ১৫ মিনিটৰ এখন অসমীয়া চুটি ছবি। ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য মহৰ্ষি তুহিন কাশ্যপৰ। ছবিখন বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় ছবিৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ চুটি ছবি হিচাপে বিবেচিত হয়। ইয়াৰ পিছতেই ই অস্কাৰলৈ যোগ্যতা অৰ্জন কৰে। অতুল পাচনীয়ে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখনেই অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া প্ৰথমখন অসমীয়া চুটি ছবি। [1]
মোৰ ঘোঁৰাৰ দুৰন্ত গতি The Horse from Heaven | |
---|---|
পৰিচালক | মহৰ্ষি তুহিন কাশ্যপ |
চিত্ৰনাট্য | মহৰ্ষি তুহিন কাশ্যপ |
প্ৰযোজক | নীলাঞ্জনা ৰুদ্ৰা |
অভিনয়ত | অতুল পাচনী |
চিত্ৰগ্ৰহণকাৰী | অৰ্ণৱ লাহা |
সম্পাদনা | পুলকিত ফিলিপ |
দৈৰ্ঘ্য |
১৫ মিনিট |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.