ধনশিৰি নদী
ভাৰতৰ নদী From Wikipedia, the free encyclopedia
Remove ads
ধনশিৰি নদী (ইংৰাজী: Dhansiri River) হৈছে অসমৰ গোলাঘাট জিলা আৰু নাগালেণ্ডৰ ডিমাপুৰ জিলাৰ মুখ্য নদী। এই নদীখন নাগালেণ্ডৰ লাইছাং শৃংগ (Laisang peak)ৰ পৰা উৎপত্তি হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ৩৫২ কিঃমিঃ। ই দক্ষিণৰ পৰা উত্তৰলৈ বৈ গৈ ব্ৰহ্মপুত্ৰ নদীত পৰিছেগৈ। এই নদীৰ অৱবাহিকাৰ মুঠ কালি হৈছে ১২২০ বৰ্গ কিঃমিঃ।[1]
Remove ads
জীৱ জগত
ধনশিৰি নদীখন কাৰ্বি আংলং জিলা আৰু নাগালেণ্ড সীমান্তয়েদি বৈ আহোঁতে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত বিভিন্ন জীৱ-জন্তু পোৱা যায়। ইয়াৰ একাষে ধনশিৰি সংৰক্ষিত বনাঞ্চল আৰু আনটো কাষত ইণ্টাঙ্কি ৰাষ্ট্ৰীয় উদ্যান (Intanki National Park).[2] ৰাষ্ট্ৰীয় উদ্যান আৰু ধনশিৰি নদীৰ পাৰত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ পোৱা যায়।[3]
লগতে চাওক
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads