দ্য ছেণ্টিনেল (ইংৰাজী: The Sentinel) এখন দৈনিক ইংৰাজী বাতৰি কাকত। ১৯৮৩ চনত গুৱাহাটীত এই বাতৰিকাকতখন প্ৰথম প্ৰকাশ পায়। ই উত্তৰ-পূব ভাৰতৰ অন্যতম জনপ্ৰিয় আৰু বহুল প্ৰচলিত ইংৰাজী দৈনিক বাতৰি কাকত। কাকতখনৰ উৎকৃষ্ট ভাষা আৰু বৌদ্ধিক দৰ্শনৰ বাবে অসমত যথেষ্ট প্ৰচলিত আৰু জনপ্ৰিয়। বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ গুৱাহাটী, ডিব্ৰুগড়, শ্বিলং আৰু ইটানগৰৰ পৰা একেসময়তে প্ৰকাশ পায়। ছেণ্টিনেল গোষ্ঠী উত্তৰ-পূব ভাৰতৰ এক বৃহৎ সংবাদ গোষ্ঠী।

ক্ষিপ্ৰ তথ্য প্ৰকাৰ, ফৰমেট ...
দ্যা ছেণ্টিনেল
প্ৰকাৰ দৈনিক বাতৰিকাকত
ফৰমেট ডাঙৰ পৃষ্ঠা(ব্ৰডশ্বীট)
সম্পাদক প্ৰধান শংকৰ ৰাজখোৱা
প্ৰতিষ্ঠা ১৯৮৩
ভাষা ইংৰাজী
মুখ্য কাৰ্যালয় গুৱাহাটী
ৱেবছাইট www.sentinelassam.com
বন্ধ কৰক

দ্য ছেণ্টিনেল কাকতখনৰ প্ৰথম প্ৰকাশ হয় ১৯৮৩ চনত গুৱাহাটীত আৰু জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱা আছিল কাকত খনৰ প্ৰতিষ্ঠাপক সম্পাদক। শংকৰ ৰাজখোৱা হৈছে ইংৰাজী দৈনিক খনৰ বৰ্তমানৰ মুখ্য সম্পাদক।

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.