জ্যামিতিত দশভূজ (গ্ৰীক শব্দ δέκα ডেকা আৰু γωνία gonía, "দহটা কোন") হৈছে দহটা বাহু যুক্ত এটা বহুভুজ বা ১০-ভুজ। [1] ইয়াৰ বৰ্হিকোন আৰু আন্তঃকোন সমূহৰ যোগফল ১৪৪০°
দশভূজ | |
---|---|
এটা সুষম দশভূজ | |
প্ৰকাৰ | বহুভুজ, |
বাহু আৰু শীৰ্ষ | ১০ |
বৈশিষ্ট্য
- ইয়াৰ মুঠ বাহু আৰু কোণৰ সংখ্যা ১০, কৰ্ণৰ সংখ্যা ২০।
- এটা সুষম দশভূজৰ প্ৰতিটো বাহুৰ দৈঘ্য সমান আৰু প্ৰতিটো আন্তঃকোনৰ মাপ ১৪৪°.[1]
- এটা সুষম দশভূজৰ ক্ষেত্ৰফল যেতিয়া ইয়াৰ প্ৰতিটো বাহুৰ দৈঘ্য a দিয়া থাকে:[2]
- "a" বাহু দৈঘ্যৰ এটা সুষম দশভূজৰ পৰিসীমা হৈছে একক।
- ই এটা বহুভুজ,
- এটা সুষম দশভূজৰ প্ৰতিটো বৰ্হিকোণৰ মাপ ৩৬°
অংকন প্ৰণালী
কম্পাছ আৰু স্কেলৰ ব্যৱহাৰৰ দ্বাৰা বা এটা সুষম পঞ্চভূজৰ বাহু সমূহৰ সমদ্বীখণ্ডক আঁকি এটা দশভূজ অংকন কৰিব পৰা যায়।[3]
- এটা বৃত্তৰ ব্যাস দৈঘ্যৰ সমান উচ্চতাৰে দেখুৱা ধৰণে এটা পঞ্চভূজ অংকন কৰক।
- প্ৰতিটো কোণৰ পৰা বৃত্তৰ কেন্দ্ৰৰ মাজেৰে বিপৰীত বাহুলৈ একোডাল ৰেখা অংকন কৰিব। য'ত প্ৰতিটো ৰেখাই দশভূজৰ একোটা কোণক কাটিব।
- এতিয়া পঞ্চভূজৰ বাহুক কটা প্ৰতিটো বিন্দুক সমীপৱৰ্তী বিন্দুৰে সংযোগ কৰিলে এটা দশভূজ পোৱা যাব।
তথ্যসূত্ৰ
Wikiwand in your browser!
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.