From Wikipedia, the free encyclopedia
জন ফ'ৰ্বছ নাছ কনিষ্ঠ (জুন ১৩, ১৯২৮, মে' ২৩, ২০১৫) আমেৰিকাৰ এগৰাকী প্ৰখ্যাত গণিতজ্ঞ আছিল। খেল তত্ত্ব, ডিফাৰেন্সিয়েল জ্যামিতি আৰু আংশিক অৱকলজ সমীকৰণলৈ তেওঁৰ অৱদানৰ বাবে তেওঁক স্মৰণ কৰা হয়।
জন ফ'ৰ্বছ্ নাশ্ব, কনিষ্ঠ | |
---|---|
জন্ম | ১৩ জুন, ১৯২৮ Bluefield, West Virginia, U.S. |
মৃত্যু | ২৩ মে', ২০১৫ (৮৬ বছৰ) near Monroe Township, New Jersey, U.S. |
বাসস্থান | United States |
জাতীয়তা | American |
ক্ষেত্ৰ | |
কৰ্মস্থান |
|
শিক্ষানুষ্ঠান |
|
ডক্তৰেল পৰামৰ্শদাতা | Albert W. Tucker |
জনা যায় |
|
উল্লেখনীয় বঁটা |
|
দাম্পত্যসঙ্গী | Alicia Lopez-Harrison de Lardé (m. 1957–1963) (divorced); (m. 2001–2015) (their deaths) |
সতি-সন্ততি | John Charles Martin Nash, John David Stier |
তেওঁৰ তত্ত্বসমূহ, যেনে নাশ্ব সাম্যাৱস্থাৰ ধাৰণা অৰ্থবিজ্ঞান, সংগণন, ইভল্যুশ্যনাৰী বায়লজি, কৃত্ৰিম বুদ্ধিমত্তা, একাউণ্টিং, ৰাজনীতিবিজ্ঞান আৰু সামৰিক তত্ত্ব আদি বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ বৰিষ্ঠ গৱেষক গণিতজ্ঞ হিচাবে কাৰ্য্যনিৰ্বাহ কৰা নাছে গেম থিয়'ৰিষ্ট ৰেইনহাৰ্ড ছেলটন আৰু জন হাৰ্চেনিল লগত যুটীয়াভাবে ১৯৯৪ চনৰ অৰ্থনীতিৰ ন'বেল সোঁৱৰণি বঁটা লাভ কৰে। ২০১৫ চনত তেওঁক লুই নিৰেণবাৰ্গৰ লগত নন লিনিয়াৰ পাৰ্চিয়েল ডিফাৰেন্সিয়েল ইকুৱেশ্যনৰ বিষয়ে কৰা কামৰ বাবে তেওঁক যুটীয়াভাৱে এবেল পুৰস্কাৰেৰে বিভূষিত কৰা হয়।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.