From Wikipedia, the free encyclopedia
চৌদি আৰৱ (আৰবী: العربية السعودية আল-আআৰাবিইয়া আচ-চাউউদিইয়াহ) চৰকাৰীভাৱে চৌদি আৰৱ সাম্ৰাজ্য নামে পৰিচিত মধ্যপ্ৰাচ্যৰ এখন ৰাজতন্ত্ৰিক দেশ। ভৌগোলিক ভাৱে ই পশ্চিম এচিয়াৰ বৃহত্তম সাৰ্বভৌম দেশ, আৰৱ বিশ্বৰ ই দ্বিতীয় বৃহত্তম ,এছিয়া মহাদেশৰ পঞ্চম বৃহত্তম,আৰু গোটেই বিশ্বৰ ই ১২তম বৃহত্তম সাৰ্বভৌম দেশ।
ৰাজতন্ত্ৰীয় চৌদি আৰৱ المملكة العربية السعودية আল-মামলেকাহ আল-আআৰাবিইয়াহ আচ-চাউউদিইয়াহ |
||||||
---|---|---|---|---|---|---|
নীতিবাক্য "لا إله إلا الله محمد رسول الله" লা ইলাহ ইলা আল্লাহ মহাম্মাদ ৰাছুল আল্লাহ আল্লাহৰ বাহিৰে কোনো ভগৱান নাই আৰু মহম্মদ চাঃ তেওঁৰ প্ৰিয় ৰছুল" কলিমা)[1] |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত "আশ্ব আল মালীক" "ৰজা দীৰ্ঘজীৱী হওক" |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | ৰিয়াধ 24°39′N 46°46′E | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | আৰৱী | |||||
কথিত ভাষা সমূহ | আৰৱী ইংৰাজী | |||||
জাতীয়তাসূচক বিশেষণ | চৌদি, চৌদি এৰাবিয়ান, চৌদি আৰৱী | |||||
চৰকাৰ | ইছলামীয় স্বেচ্ছাচাৰী ৰাজশাসন | |||||
- | ৰজা | চালমান বিন আব্দুল আজিজ | ||||
- | যুবৰাজ | চুলতান বিন আব্দুল আজিজ | ||||
- | দ্বিতীয় উপ প্ৰধানমন্ত্ৰী | নাইফ বিন আব্দুল আজিজ | ||||
প্ৰতিষ্টিত | ||||||
- | প্ৰথম চৌদি ৰাষ্ট্ৰ প্ৰতিষ্টিত | ১৭৪৪ | ||||
- | দ্বিতীয় চৌদি ৰাষ্ট্ৰ প্ৰতিষ্টিত | ১৮২৪ | ||||
- | তৃতীয় চৌদি ৰাষ্ট্ৰ ঘোষিত | ৮ই জানুৱাৰী, ১৯২৬ | ||||
- | স্বীকৃত | ২০শে মে, ১৯২৭ | ||||
- | ৰাজতন্ত্ৰ একীভূত | ২৩শে চেপ্টেম্বৰ, ১৯৩২ | ||||
মাটিকালি | ||||||
- | মুঠ | ২১,৪৯,৬৯০ বৰ্গ কিমি (১৪তম) ৮,৩০,০০০ বৰ্গ মাইল |
||||
- | জলভাগ (%) | অতি সামান্য | ||||
জনসংখ্যা | ||||||
- | ২০১০ আনুমানিক | ২,৭১,৩৬,৯৭৭'"`UNIQ--ref-০০০০০০০১-QINU`"' (৪১st) | ||||
জিডিপি (পিপিপি) | 2010 আনুমানিক | |||||
- | মুঠ | $৬১৮.৭৪৪ বিলিয়ন[2] | ||||
- | জনমুৰি | $২৩,৭০১.২৬০[2] | ||||
জিডিপি (নামমাত্ৰ) | ২০১০ আনুমানিক | |||||
- | মুঠ | $৪৩৮.০০৯ বিলিয়ন[2] | ||||
- | জনমুৰি | $১৬,৭৭৮.১১২[2] | ||||
মানৱ উন্নয়ন সূচক (২০১০) | ০.৭৫২[3] (উচ্চ) (৫৫তম) | |||||
মুদ্ৰা | ৰিয়াল (SR) (SAR ) |
|||||
সময় অঞ্চল | AST (ইউটিচি+৩) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | (নিৰীক্ষণ না) (ইউটিচি+৩) | ||||
গাড়ী চলোৱা হয় | ডান | |||||
ইণ্টাৰনেট টিএলডি | .sa, السعودية. | |||||
কলিং ক'ড | +০০৯৬৬ |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.