চাওলুং(আহোম ভাষা:𑜋𑜧𑜨 𑜏𑜤𑜂𑜫) হ’ল আহোম চাওফা সকলক উদ্দেশ্যি ব্যৱহাৰ কৰা এটা উপাধি। আহোম ভাষাত ইয়াৰ অৰ্থ হল মহান দেৱতা, চাও= দেৱতা, লুং= মহান।[1]

চাওলুং সকল

চাওলুং চুকাফাৰ পৰা আৰম্ভ কৰি চাওলুং চুতুফা লৈকে চাওলুং উপাধি দিয়া হৈছিল তাৰ পিছৰ সকলক অৰ্থাৎ চাওফা ত্যাও খামতী ৰ পৰা চাওফা বুলি কোৱা হয়।[1]

লগতে চাওক

তথ্যসূত্ৰ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.