From Wikipedia, the free encyclopedia
চাওলুং(আহোম ভাষা:𑜋𑜧𑜨 𑜏𑜤𑜂𑜫) হ’ল আহোম চাওফা সকলক উদ্দেশ্যি ব্যৱহাৰ কৰা এটা উপাধি। আহোম ভাষাত ইয়াৰ অৰ্থ হল মহান দেৱতা, চাও= দেৱতা, লুং= মহান।[1]
চাওলুং চুকাফাৰ পৰা আৰম্ভ কৰি চাওলুং চুতুফা লৈকে চাওলুং উপাধি দিয়া হৈছিল তাৰ পিছৰ সকলক অৰ্থাৎ চাওফা ত্যাও খামতী ৰ পৰা চাওফা বুলি কোৱা হয়।[1]
Seamless Wikipedia browsing. On steroids.